ETV Bharat / international

2200 শিখ তীৰ্থযাত্ৰীক ভিছা প্ৰদান পাকিস্তানৰ - ETV BHARAT

পুলৱামা আক্ৰমণৰ পাছত ভাৰত - পাকিস্তানক সম্পৰ্কত যথেষ্ট ফাঁট মেলাৰ পাছতে মঙ্গলবাৰে পাকিস্তানে 2200 জন ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰিছে ৷ বৈছাখী উৎসৱৰ প্ৰাকক্ষণত 10 দিনীয়া কাৰ্যসূচীৰে এই তীৰ্থযাত্ৰীসকলে পাকিস্তান ভ্ৰমণ কৰিব ৷

PAK ISSUES 2200 VISAS TO SIKH PILGRIMS
author img

By

Published : Apr 10, 2019, 10:35 AM IST

নিউজ ডেস্ক, 10 এপ্ৰিল: মঙ্গলবাৰে পাকিস্তানে ভাৰতৰ 2200 জন শিখ তীৰ্থযাত্ৰীক এপ্ৰিলৰ 12 তাৰিখৰ পৰা 21 তাৰিখলৈকে অনুষ্ঠিত হ'ব লগা বৈছাখী উৎসৱৰ বাবে ভিছা প্ৰদান কৰিছে ৷ পাকিস্তানৰ ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ে জনায় যে, তেওঁলোকে তীৰ্থযাত্ৰীসকলক ভিছা প্ৰদান কৰি সুখী আৰু তেওঁলোকৰ ভ্ৰমণৰ বাবে অভিনন্দনো জ্ঞাপন কৰে ৷ এই 10 দিনীয়া কাৰ্যসূচীত তীৰ্থযাত্ৰীসকলে পাঞ্জা চাহিব, নানকানা চাহিব আৰু কৰ্টাৰপুৰ চাহিবৰ মন্দিৰসমূহ ভ্ৰমণ কৰিব ৷

ETV BHARAT
PAK ISSUES 2200 VISAS TO SIKH PILGRIMS

উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰট'কল অনুসৰি প্ৰতি বছৰে বহু সংখ্যক তীৰ্থযাত্ৰী এখন দেশৰ পৰা আন এখন দেশলৈ বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত পৰিভ্ৰমণৰ বাবে যায় ৷ এই তীৰ্থযাত্ৰীসকলক ভিছা প্ৰদানেৰে পাকিস্তানে ভাৰতৰ সৈতে সম্পৰ্ক দৃঢ় কৰিব বিচাৰে বুলি এক প্ৰেছ বিবৃতিত প্ৰকাশ পাইছে ৷

2200 শিখ তীৰ্থযাত্ৰীক ভিছা প্ৰদান পাকিস্তানৰ

নিউজ ডেস্ক, 10 এপ্ৰিল: মঙ্গলবাৰে পাকিস্তান চৰকাৰে ভাৰতৰ 2200 জন শিখ তীৰ্থযাত্ৰীক এপ্ৰিলৰ 12 তাৰিখৰ পৰা 21 তাৰিখলৈকে অনুষ্ঠিত হ'ব লগা বৈছাখী উৎসৱৰ বাবে ভিছা প্ৰদান কৰিছে ৷ পাকিস্তানৰ ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ে জনায় যে, তেওঁলোকে তীৰ্থযাত্ৰীসকলক ভিছা প্ৰদান কৰি সুখী আৰু তেওঁলোকৰ ভ্ৰমণৰ বাবে অভিনন্দনো জ্ঞাপন কৰে ৷ এই 10 দিনীয়া কাৰ্যসূচীত তীৰ্থযাত্ৰীসকলে পাঞ্জা চাহিব, নানকানা চাহিব আৰু কৰ্টাৰপুৰ চাহিবৰ মন্দিৰসমূহ ভ্ৰমণ কৰিব ৷ 

উল্লখ্য যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰট'কল অনুসৰি প্ৰতি বছৰে বহু সংখ্যক তীৰ্থযাত্ৰী এখন দেশৰ পৰা আন এখন দেশলৈ বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত পৰিভ্ৰমণৰ বাবে যায় ৷ এই তীৰ্থযাত্ৰীসকলক ভিছা প্ৰদানেৰে পাকিস্তানে ভাৰতৰ সৈতে সম্পৰ্ক দৃঢ় কৰিব বিচাৰে বুলি এক প্ৰেছ বিবৃতিত প্ৰকাশ পাইছে ৷ 
photo.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.