ETV Bharat / international

LoC ত পাকিস্তান আৰ্মীৰ গোলাবৰ্ষণ - গোলাবৰ্ষণ

পাকিস্তান আৰ্মীৰ যুদ্ধ বিৰতি ভংগ । মঙলবাৰে নিশা 9.15 বজাত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ সীমান্তত গোলাবৰ্ষণ কৰে পাকিস্তানী সেনাই ।

LoC ত পাস্কিস্তান আৰ্মীৰ গোলাবৰ্ষণ
LoC ত পাস্কিস্তান আৰ্মীৰ গোলাবৰ্ষণ
author img

By

Published : Apr 15, 2020, 5:53 PM IST

নিউজ ডেস্ক, 15 এপ্ৰিলঃ সমগ্ৰ বিশ্বই মহামাৰীৰ সৈতে যুঁজি থকাৰ সময়ত নিজৰ কু মনোবৃত্তিৰ পৰিচয় দি পাকিস্তানে উলংঘা কৰে যুদ্ধ বিৰতি । মঙলবাৰে পুঞ্চ জিলাৰ সীমান্তত পাক সেনাই নিশা গোলাবৰ্ষণ কৰে ।

ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই কয় যে, প্ৰায় 9.15 মান বজাত পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰি LoC ত থকা পুঞ্চ জিলাৰ বালাকোটত লঘু অস্ত্ৰ আৰু মৰ্টাৰেৰে গোলাবৰ্ষণ কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতেও গোলাবৰ্ষণ কৰে ।পাকিস্তানী সেনাই LoC ৰ কাষতে থকা পুঞ্চ,ৰাজাউৰি আৰু কুপাআৰা জিলাত বিগত সপ্তাহৰ পৰাই যুদ্ধ বিৰতি ভংগ কৰি বহু পৰিমানে গোলাবৰ্ষণ কৰি আছে ।

লগতে চাওকঃ টিংখাঙৰ বিধায়ক বিমল বড়াৰ মহানুভৱতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.