ETV Bharat / international

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কৰ'ণা টেষ্ট "নিগেটিভ" - পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কৰ'ণা টেষ্টৰ ফলাফল ওলাল নিগেটিভ

পাকিস্তানৰ সমাজকৰ্মী তথা ইধি ফাউনডেশ্যনৰ চেয়াৰমেন আব্দুল চাট্টাৰ ইধিৰ পুত্ৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ পাচতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পৰীক্ষা কৰা হয় ।

Imran Khan tests negative for coronavirus

author img

By

Published : Apr 23, 2020, 3:36 PM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ বুধবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰা হয় । অৱশ্যে পৰীক্ষাত প্ৰধানমন্ত্ৰীগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি নথকাৰ কথা প্ৰকাশ পাইছে ।

পাকিস্তানৰ সমাজকৰ্মী তথা ইধি ফাউডেশ্যনৰ চেয়াৰমেনৰ আব্দুল চাট্টাৰ ইধিৰ পুত্ৰ ফৈজল ইধি কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ পাচতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পৰীক্ষা কৰাৱো হয় । কাৰণ প'জিটিভ ৰোগী ফৈজল ইধিৰ সংস্পৰ্কলৈ আহিছিল ইমৰাণ খান যাৰ বাবে বুধবাৰে পৰীক্ষা কৰা হয় প্ৰধানমন্ত্ৰীগৰাকীক ।

ফৈজল ইধিয়ে যোৱা সপ্তাহত ইছলামাবাদত ১০ মিলিয়ন পি কে আৰ প্ৰধানমন্ত্ৰীক কৰ'ণা ভাইৰাছৰ সাহাৰ্য বাবে প্ৰদান কৰিছিল । পাকিস্তানত বৰ্তমানলৈকে ১০,৫০৩ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২২০ জন লোকৰ মৃত্যু হৈছে কৰ'ণা ভাইৰাছত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.