ETV Bharat / international

বিশ্বত কৰ'ণা ভাইৰাছৰ শেহতীয়া খবৰ

author img

By

Published : May 1, 2020, 3:14 PM IST

কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে । লক ডাউনৰ জাৰি ৰাখি ব্যৱসায় বন্ধ ৰাখিব নে নাই তাকে লৈ বাদ-বিবাদ চলি আছে ।

ন
বিশ্বত কৰ'ণা ভাইৰাছৰ শেহতীয়া খবৰ

নিউজ ডেস্কঃ বৰ্তমানলৈ সমগ্ৰ বিশ্বত 33,08,290 গৰাকী লোক আক্ৰান্ত হৈছে COVID-19 ত। মৃত্যু মুখত পৰিছে 2,34,108 জন লোক আৰু আৰোগ্য হৈ উঠিছে 10,42,841 জন ।

বিশ্বত কৰ'ণা ভাইৰাছৰ শেহতীয়া খবৰ
বিশ্বত কৰ'ণা ভাইৰাছৰ শেহতীয়া খবৰ

কৰ'ণা ভাইৰাছৰৰ কম আৰু মধ্যম পৰিমানে প্ৰভাৱ আছে একাংশ ৰোগীৰ শৰীৰত । পূৰ্বৰ ৰোগ থকা বা বয়োজষ্ঠ্য লোকক এই ৰোগে অধিক ক্ষতি কৰিছে ।

বৰ্তমান সময়ত দক্ষিণ কোৰিয়াত হ্ৰাস পাব লৈছে COVID-19আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰলৈ দেশখনত আক্ৰান্ত হৈছে 10,774 জন লোক আৰু আনহাতে মৃত্যু হৈছে 248 জন লোকৰ । ৰাষ্ট্ৰ সংঘৰ মুৰব্বীয়ে কোৰিয়াৰ সফলতাক বিশ্বৰ বাবে উদাহাৰণ বুলি প্ৰকাশ কৰে ।

তুৰ্কীত 24 ঘণ্টাৰ ভিতৰত 2,615 জন লোক নতুনকৈ আক্ৰান্ত হৈছে । ইয়াৰ পাচতে দেশখনত আক্ৰান্তৰ সংখ্যা হ'লগৈ 1,20,000 গৰাকী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.