ETV Bharat / international

ৰোহিংগীয়াৰ পৰিস্থিতিৰ বিষয়ে পাহৰি নাযাবলৈ ৰাষ্ট্ৰসংঘৰ আহ্বান - ৰহিঙ্গীয়া

ম্যানমাৰৰ নিৰাপত্তা বাহিনীৰ অত্যাচাৰত বিগত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশলৈ পলায়ন কৰিছিল 7 লাখতকৈও অধিক ৰোহিংগীয়া মুছলমানে ৷  দক্ষিণ বাংলাদেশৰ বিভিন্ন আশ্ৰয় শিবিৰত বৰ্তমানে অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰি আছে ৰোহিংগীয়াসকলে৷

ৰহিঙ্গীয়াৰ পৰিস্থিতিৰ বিষয়ে পাহৰি নাযাবলৈ ৰাষ্ট্ৰসংঘৰ আহ্বান
author img

By

Published : Apr 27, 2019, 12:26 PM IST

নিউজ ডেস্ক, 27 এপ্ৰিল :ৰোহিংগীয়াৰ অৱস্থাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় পৰিষদক পুনৰবাৰ সকীয়াই দিয়ে ৰাষ্ট্ৰসংঘই ৷ বাংলাদেশৰ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা ৰোহিংগীয়াৰ অৱস্থাৰ বিষয়ে চকু দিবলৈ শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় পৰিষদলৈ আহ্বান জনায় ৰাষ্ট্ৰসংঘই৷

শুকুৰবাৰে বাংলাদেশৰ কক্সবজাৰস্থিত ৰোহিংগীয়াৰ আশ্ৰয় শিবিৰ পৰ্যবেক্ষণ কৰি তাৎক্ষণিকভাৱে এই আহ্বান জনায় ৰাষ্ট্ৰসংঘৰ মানৱ পৰিক্ৰমা বিভাগৰ সচিব প্ৰধান মাৰ্ক লঅ'ক'কই৷ ৰোহিংগীয়াৰ আশ্ৰয় তথা পুনৰসংস্থাপনৰ বাবে ধন সংগ্ৰহত ব্যস্ত আছে বুলিও জানিব দিয়ে মাৰ্ক লঅ'ক'কে ৷ বিশ্বৰ সংস্থাসমূহক ৰোহিংগীয়াৰ পৰিস্থিত পাহৰি নাযাবলৈও আহ্বান জনায় ৰাষ্ট্ৰসংঘৰ মানৱ পৰিক্ৰমা বিভাগৰ সচিব প্ৰধানগৰাকীয়ে৷

উল্লেখ্য যে, ম্যানমাৰৰ নিৰাপত্তা বাহিনীৰ অত্যাচাৰত বিগত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশলৈ পলায়ন কৰিছিল 7 লাখতকৈও অধিক ৰোহিংগীয়া মুছলমানে ৷ দক্ষিণ বাংলাদেশৰ বিভিন্ন আশ্ৰয় শিবিৰত বৰ্তমানে অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰি আছে ৰোহিংগীয়াসকলে৷

do not forget rohingya : un urges global community help

ৰহিঙ্গীয়াৰ পৰিস্থিতিৰ বিষয়ে পাহৰি নাযাবলৈ ৰাষ্ট্ৰসংঘৰ আহ্বান 

ৰহিঙ্গীয়াৰ অৱস্থাৰ বিষয়ে চকু দিবলৈ শুকুৰবাৰে আন্তৰাষ্ট্ৰীয় কাউন্সিললৈ আহ্বান জনায় ৰাষ্ট্ৰসংঘই৷

নিউজ ডেস্ক, 27 এপ্ৰিল : ৰহিঙ্গীয়াৰ অৱস্থাৰ বিষয়ে আন্তৰাষ্ট্ৰীয় কাউন্সিলক পুনৰবাৰ সকিয়াই দিয়ে ৰাষ্ট্ৰসংঘই৷ বাংলাদেশৰ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা ৰহিঙ্গীয়াৰ অৱস্থাৰ বিষয়ে চকু দিবলৈ শুকুৰবাৰে আন্তৰাষ্ট্ৰীয় কাউন্সিললৈ আহ্বান জনায় ৰাষ্ট্ৰসংঘই৷ 

শুকুৰবাৰে বাংলাদেশৰ কক্স বজাৰস্থিত ৰহিঙ্গীয়াৰ আশ্ৰয় শিবিৰ পৰ্যৱেক্ষণ কৰি তাতক্ষণিকভাৱে এই আহ্বান ৰাষ্ট্ৰসংঘৰ মানৱ পৰিক্ৰমা বিভাগৰ সচিব প্ৰধান মাৰ্ক লঅ'ক'কৰ৷ ৰহিঙ্গীয়াৰ আশ্ৰয় তথা পুনৰসংস্থাপন বাবে ধন সংগ্ৰহত ব্যস্ত আছে বুলিও জানিব দিয়ে মাৰ্ক লঅ'ক'কে৷ বিশ্বৰ সংস্থা সমূহক ৰহিঙ্গীয়াৰ পৰিস্থিত পাহৰি নাযাবলৈও আহ্বান জনায় ৰাষ্ট্ৰসংঘৰ মানৱ পৰিক্ৰমা বিভাগৰ সচিব প্ৰধান গৰাকীয়ে৷

উল্লেখ্য যে, ম্যানমাৰৰ নিৰাপত্তাবাহিনীৰ অত্যাচাৰত বিগত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশলৈ পলায়ন কৰিছিল 7 লাখতকৈও অধিক ৰহিঙ্গীয়াই৷ দক্ষিণ বাংলাদেশৰ বিভিন্ন আশ্ৰয় শিবিৰত বৰ্তমানে অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰি আছে ৰহিঙ্গীয়াসকলে৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.