ETV Bharat / international

9 জুলাইলৈ বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সাম্প্ৰতিক স্থিতি - চীন

বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সাম্প্ৰতিক স্থিতি

author img

By

Published : Jul 9, 2020, 12:11 PM IST

নিউজ ডেস্ক, 9 জুলাইঃ চীন দেশত সূত্ৰপাত হোৱা মহামাৰী কৰ'ণাই অতি কম সময়ৰ ভিতৰতে ছানি ধৰিছে সমগ্ৰ বিশ্ব ৷ এই মহামাৰীৰ সংক্ৰমণে সম্প্ৰতি 9 জুলাইলৈ সমগ্ৰ বিশ্বতে অতিক্ৰম কৰিলে 1,21,55,405 লৈ ৷ বৃহস্পতিবাৰৰ দিনটোলৈ সমগ্ৰ বিশ্বতে মুঠ 2,13,622 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ ইয়াৰ সমান্তৰালকৈ এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু লোকৰ সংখ্যাও বৃদ্ধি পালে মুঠ 5,51,184 গৰাকীলৈ ৷ 9 জুলাইলৈ সমগ্ৰ বিশ্বতে এই মহামাৰীৰ ফলত মৃত্যুক সাৱটি লৈছে মুঠ 5,532 গৰাকী লোকে ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সাম্প্ৰতিক স্থিতি

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ ভিতৰতে কৰ'ণা মহামাৰীৰ দ্বাৰা আটাইতকৈ অধিক আক্ৰান্ত হোৱা দেশ তিনিখন ক্ৰমে আমেৰিকা, ব্ৰাজিল আৰু ভাৰত ৷ আমেৰিকাত 9 জুলাইলৈ এই মহামাৰীত 31,58,734 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে, ব্ৰাজিল আৰু ভাৰতত আক্ৰান্ত হৈছে ক্ৰমে 17,16,196 আৰু 7,69,052 গৰাকী লোক ৷ সমান্তৰালকৈ ৰাছিয়া, পেৰু, স্পেইন আদি দেশতো ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৰেপাৰ কান্যে ৱেষ্টয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.