ETV Bharat / international

‘স্পেছ এক্স’ৰ 60 টাকৈ ষ্টাৰলিংক উপগ্ৰহ উৎক্ষেপণ

author img

By

Published : Jan 30, 2020, 2:56 PM IST

ফ্লেৰিডাৰ কেপ কেণভেৰেল এয়াৰ ফৰ্চ ষ্টেচনৰ পৰা উৎক্ষেপণ কৰা হ’ল ফেল্কন 9 ৰকেট ৷ তৃতীয়বাৰৰ বাবে উৰা মাৰিছে ৰকেটটোৱে ৷

‘স্পেছ এক্স’ৰ 60 টাকৈ ষ্টাৰলিংক উপগ্ৰহ উৎক্ষেপণ
‘স্পেছ এক্স’ৰ 60 টাকৈ ষ্টাৰলিংক উপগ্ৰহ উৎক্ষেপণ

নিউজ ডেস্ক, 30 জানুৱাৰীঃ অনুকূল বতৰৰ পাচত বুধবাৰে সফলতাপূৰ্বক স্পেছ এক্সে উৎক্ষেপণ কৰে 60 টাকৈ ষ্টাৰলিংক উপগ্ৰহ ৷ বুধাবাৰে তৃতীয়বাৰৰ বাবে মহাকাশত উৰা মাৰে ফেল্কন 9 ৰকেটে ৷ ফ্লেৰিডাৰ কেপ কেণভেৰেল এয়াৰ ফৰ্চ ষ্টেচনৰ উৰা মাৰে ৰকেট খনে ৷

স্পেছ এক্স

এই মিছনৰ মূল লক্ষ্য হৈছে 12,000 শক্তিশালী উপগ্ৰহৰ নেটৱৰ্ক গঢ়ি তোলা ৷ যাৰ দ্বাৰা ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱাত যথেষ্ট সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব বুলি জানিব পৰা গৈছে ৷ ইপিনে স্পছ এক্সে জানিবলৈ দিয়া অনুসৰি, ইতিমধ্যে নিদিষ্ট কক্ষপথত অৱস্থান কৰিছে ফেল্কন 9 ৰকেট ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.