ETV Bharat / international

ব্ৰিটেইনত দৈনিক 544 জন লোক আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত - আমেৰিকা

কাঁহ বা হাঁচি মৰাৰ সময়ত ওলোৱা থুঁৰ ক্ষুদ্ৰ কণিকাই নতুন ক'ৰণা ভাইৰাছৰ সংক্ৰমণত সহায় কৰে ৷ বয়োজ্যেষ্ঠ ব্যক্তি তথা বিভিন্ন স্বাস্থ্য সম্বন্ধীয় সমস্যাৰে জৰ্জৰিত লোকৰ এই ৰোগত মৃত্যু হোৱাৰ সম্ভাৱনা অধিক ৷

Global COVID-19 tracker
ব্ৰিটেইনত দৈনিক 544 জন লোক আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত
author img

By

Published : Jul 4, 2020, 12:16 PM IST

হায়দৰাবাদ, 4 জুলাই : বিশ্বত 1,11,81,818 জনলৈ বৃদ্ধি পাইছে ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ ইয়াৰে 5,28,378 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 62,92,023 গৰাকী লোক ৷ আনহাতে বৰ্তমানো সক্ৰিয় হৈ আছে 43,25,231 টা ঘটনা ৷ দক্ষিণ কোৰিয়াত বিগত এসপ্তাহত 63 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত ৷ কোৰিয়াৰ চেন্টাৰ ফ'ৰ ডিজাষ্টাৰ কণ্টোল এণ্ড প্ৰিভেঞ্চনে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাষ্ট্ৰখনত 13.030 গৰাকী লোকৰ দেহত ক'ৰণা ভাইৰাছ সংক্ৰমণ হোৱাৰ লগতে মৃত্যু হয় 283 গৰাকীৰ ৷

Global COVID-19 tracker
ব্ৰিটেইনত দৈনিক 544 জন লোক আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত

ব্ৰিটেইনৰ হেল্থ এণ্ড ছ'চিয়েল কেয়াৰ বিভাগে শুকুৰবাৰে ৰাষ্ট্ৰখনত নতুনকৈ 137 জন লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰে ৷ ইয়াৰ লগে লগে ৰাষ্ট্ৰখনত ক'ৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 44,131 জনলৈ বৃদ্ধি পাইছে ​৷ সংস্থাটোৱে লগতে ব্ৰিটেইনত শুকুৰবাৰৰ পুৱা পৰ্যন্ত 2,84,267 জন লোকে ক'ৰণাৰ পৰীক্ষা কৰাৰ কথা প্ৰকাশ কৰে ৷ ব্ৰিটেইনৰ হেল্থ এণ্ড ছ'চিয়েল কেয়াৰ অনুসৰি ৰাষ্ট্ৰখনত দৈনিক 544 জন লোক আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত ৷ কাঁহ বা হাঁচি মৰাৰ সময়ত ওলোৱা থুৰ ক্ষুদ্ৰ কণিকাই নতুন ক'ৰণা ভাইৰাছৰ সংক্ৰমণত সহায় কৰে ৷ বয়োজ্যেষ্ঠ ব্যক্তি তথা বিভিন্ন স্বাস্থ্য সম্বন্ধীয় সমস্যাৰে জৰ্জৰিত লোকৰ এই ৰোগত মৃত্যু হোৱাৰ সম্ভাৱনা অধিক ৷

ক'ৰণাত আক্ৰান্তৰ তালিকাৰ শীৰ্ষত আছে আমেৰিকা ৷ আমেৰিকাত মুঠ 28,90,588 গৰাকী লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 1,32,101 গৰাকী লোক ৷ তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ব্ৰাজিল আৰুৰাছিয়া ৷

লগতে পঢ়ক : ধৰ্ম চক্ৰ দিৱসঃ দেশবাসীক ভিডিঅ' কনফাৰেঞ্চযোগে সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.