ETV Bharat / headlines

চীনৰ অৰ্থব্যৱস্থা সংকটত,যুদ্ধ কৰিব নোৱাৰে : কমাৰ আঘা

ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞ কমাৰ আঘাই কয় যে, বেইজিঙে নতুন দিল্লীক ব্যৱসায়িক দিশত প্ৰতিদ্বন্দী হিচাপে মানি লয়,কিয়নো আমেৰিকান আৰু ইউৰোপীয় কোম্পানীসমূহে মহামাৰীৰ বাবে নিজৰ উৎপাদন ভাৰতলৈ স্থানান্তৰিত কৰিব পাৰে । চীনে ভাৰতক ভয়ৰ চকুৰে চায়,কাৰণ নতুন দিল্লী বৈদেশিক উৎপাদনৰ কেন্দ্ৰ হ'ব পাৰে ।

author img

By

Published : Jun 18, 2020, 10:14 PM IST

চীনৰ অৰ্থব্যৱস্থা সংকটত, যুদ্ধ কৰিব নোৱাৰে : কমাৰ আঘা

নেশ্যনেল ডেস্ক, ১৮ জুন : ‘’চীনৰ আৰ্থিক ব্যৱস্থা সংকটজনক অৱস্থাত আছে আৰু চীনে ভাৰতৰ সৈতে যুদ্ধ কৰিব নোৱাৰে ।'' ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞ কমাৰ আঘাই জোৰ দি সদৰী কৰে এই কথা ।

ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত আঘাই কয় যে, চীনৰ অৰ্থব্যৱস্থা ৰপ্তানীৰ ওপৰত নিৰ্ভৰশীল,কিন্তু বেইজিঙৰ ৰপ্তানী ক্ষমতা প্ৰতিদিনে হ্ৰাস পাই আছে । সেয়েহে অৰ্থব্যৱস্থাই চীনক ডাঙৰ বিপদত পেলাব পাৰে ।''

লগতে তেওঁ কয় যে, বেইজিঙে নতুন দিল্লীক ব্যৱসায়িক দিশত প্ৰতিদ্বন্দী হিচাপে মানি লয়, কিয়নো আমেৰিকান আৰু ইউৰোপীয় কোম্পানীসমূহে মহামাৰীৰ বাবে নিজৰ উৎপাদন ভাৰতলৈ স্থানান্তৰিত কৰিব পাৰে । চীনে ভাৰতক ভয়ৰ চকুৰে চায়,কাৰণ নতুন দিল্লী বৈশ্বিক উৎপাদনৰ কেন্দ্ৰ হ'ব পাৰে ।''

চীনা নেতৃত্বই শান্তিৰ কথা অৱগত কৰে । কিন্তু পিপলছ লিবাৰেশ্যন আৰ্মীয়ে চীনাবাসীক ধমকি দি থাকে । অথবা এইটোও কব পাৰি যে, ঝি জিনপিঙৰ নিয়ন্ত্ৰণত ফাঁট মেলিছে ।''

লগতে পঢ়ক: চীনে আন্তৰ্জাতিক চুক্তি অনুসৰণ কৰা নাইঃ প্ৰতিৰক্ষা বিশেষজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.