ETV Bharat / headlines

শিশুকালৰ ভেকচিনে ল'ৰা-ছোৱালীক কোভিড-১৯ৰ পৰা ৰক্ষা কৰিব পাৰে : গৱেষণা

author img

By

Published : Jun 26, 2020, 11:36 PM IST

measles, mumps আৰু rubella (MMR) ভেকচিনে শিশুসকলক কোভিড-১৯ৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে । ১০ বছৰৰ কম বয়সৰ ল'ৰা-ছোৱালীৰ দেহত কম আৰু সামান্য পৰিমাণে এই ভাইৰাছে দেখা দিয়ে । লিথুৱানিয়ান (Lithuanian) আৰু কুৰ্দিছ (Kurdish)ৰ বৈজ্ঞানিকৰ দলে জানিবলৈ দিয়ে এই কথা ।

শিশুকালৰ ভেকচিনে ল'ৰা-ছোৱালীক কোভিড-১৯ৰ পৰা ৰক্ষা কৰিব পাৰে : গৱেষণা
শিশুকালৰ ভেকচিনে ল'ৰা-ছোৱালীক কোভিড-১৯ৰ পৰা ৰক্ষা কৰিব পাৰে : গৱেষণা

নেশ্যনেল ডেস্ক, ২৬ জুন: লিথুৱানিয়ান (Lithuanian) আৰু কুৰ্দিছ (Kurdish)ৰ বৈজ্ঞানিকৰ দলে জানিবলৈ দিয়া মতে, measles, mumps আৰু rubella (MMR) ভেকচিনে শিশুসকলক কোভিড-১৯ৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে । পূৰ্বানুমান অনুসৰি, SARS-CoV-2 mumps আৰু rubella ভাইৰাছৰ ৩০ এমিন এচিডৰ অৱশিষ্টৰ অনুক্ৰম ভিত্তিত প্ৰস্তুত কৰা হৈছে ।

চীন, ইটালী আৰু দক্ষিণ কোৰিয়াৰ কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ বিস্তৃত সংখ্যা অনুসৰি, ১০ বছৰৰ কম বয়সৰ ল'ৰা-ছোৱালীৰ দেহত কম আৰু সামান্য পৰিমাণে এই ভাইৰাছে দেখা দিয়ে । গৱেষকসকলে আশ্বাস দিয়ে যে, MMR ভেকচিনৰ বাবে ল'ৰা-ছোৱালীৰ এণ্টিবডীয়ে কোভিড-১৯ক দেহত সংক্ৰমণ হোৱাত বাধাৰ সৃষ্টি কৰে ।

বৈজ্ঞানিকসকলে সদৰী কৰা মতে, ’কিছুদিন পূৰ্বে কৰা গৱেষণাত পোৱা গৈছে যে, MMR ভেকচিনৰ বিৰুদ্ধে এণ্টিবডীৰ স্তৰ ১৫-২০ বছৰলৈ অটুট থাকিব পাৰে । সেইবাবে ১৫-২০ বছৰলৈ কোভিড-১৯ৰ পৰা সুৰক্ষা পাব পৰা যায় ।''

লগতে পঢ়ক :পাকিস্তানত জুৱা খেলত অংশগ্ৰহণৰ অপৰাধত আটক এটা গাধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.