ETV Bharat / headlines

নিউয়ৰ্কত পৃথক পৃথক গুলীবৰ্ষণত ১৯ জন লোক আঘাতপ্ৰাপ্ত - নিউ ইয়ৰ্কত গুলীবৰ্ষণ

আমেৰিকাৰ নিউয়ৰ্কত শনিবাৰে মাজনিশা নিউয়ৰ্ক চহৰৰ আৰক্ষী বিভাগে ১৩ টা পৃথক পৃথক বন্দুক চালনাৰ তদন্ত কৰে য'ত ব্ৰোংকছৰ ৬, কুইনছৰ ২, ব্ৰোকলিনৰ ৪ আৰু মেনহট্টনৰ এজন লোক জড়িত আছে ।

নিউ ইয়ৰ্কত পৃথক পৃথক গুলীবৰ্ষণত ১৯ জন লোক আঘাতপ্ৰাপ্ত

author img

By

Published : Jun 21, 2020, 3:12 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ জুন : আমেৰিকাৰ নিউয়ৰ্কত হোৱা গুলীবৰ্ষণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ চহৰখনত । আৰক্ষীয়ে সদৰী কৰা মতে, ১৩ টা পৃথক পৃথক এই বন্দুক চালনাৰ ফলত প্ৰায় ১৯ জন আঘাতপ্ৰাপ্ত হয় ।

নিউ ইয়ৰ্কত পৃথক পৃথক গুলীবৰ্ষণত ১৯ জন লোক আঘাতপ্ৰাপ্ত
নিউ ইয়ৰ্কত পৃথক পৃথক গুলীবৰ্ষণত ১৯ জন লোক আঘাতপ্ৰাপ্ত

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, শনিবাৰে মাজনিশা নিউয়ৰ্ক চহৰৰ আৰক্ষী বিভাগে ১৩ টা পৃথক পৃথক বন্দুক চালনাৰ তদন্ত কৰে য'ত ব্ৰোংকছৰ ৬, কুইনছৰ ২, ব্ৰোকলিনৰ ৪ আৰু মেনহট্টনৰ এজন লোক জড়িত আছে । আঘাতপ্ৰাপ্তসকলৰ ১৬-৪৭ বছৰ বয়সৰ ভিতৰত হ'ব আৰু তেওঁলোকৰ মাজৰ এজনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ঘটনা সন্দৰ্ভত বৰ্তমানো নিউয়ৰ্ক আৰক্ষী বিভাগ (NYPD)য়ে অন্য কাৰণৰ বিৱৰণ দিয়া নাই ।

লগতে পঢ়ক : ভাৰতৰ ক্ষেত্ৰত নেপালে সংশোধন কৰিলে নাগৰিকত্ব আইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.