ETV Bharat / entertainment

Smriti Irani: সুশান্ত সিং ৰাজপুতক নিজকে হত্যা নকৰিবলৈ কৈছিল স্মৃতি ইৰাণীয়ে

author img

By

Published : Mar 26, 2023, 10:25 PM IST

শেহতীয়াকৈ নীলেশ মিশ্ৰাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত স্মৃতি ইৰাণীয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ বিষয়ে উল্লেখ কৰি উচুপি উঠে (Smriti Irani)।

Smriti Irani breaks down as she remembers telling Sushant Singh Rajput tum yaar maarna mat apne aap ko
স্মৃতি ইৰাণীয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ বিষয়ে উল্লেখ কৰি উচপি উঠে

চিটাৰা ডেস্ক, 26 মাৰ্চ: শেহতীয়াকৈ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক লৈ চকুলো টুকিছে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা সংসদৰ সদস্য স্মৃতি ইৰাণীয়ে ৷ দৰাচলতে শেহতীয়াকৈ হোৱা এটা সাক্ষাৎকাৰত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে প্ৰয়াত অভিনেতাগৰাকীক মনত পেলাই চকুলো টুকা পৰিলক্ষিত হৈছে । "Kyunki saas bhi kabhi bahu thi" ধাৰাবাহিকখনৰ অভিনেত্ৰীগৰাকীয়ে সুশান্তক আত্মহত্যাৰ পূৰ্বে দিয়া পৰামৰ্শৰ কথা উল্লেখ কৰি চকুলো টুকিছিল । স্মৃতিয়ে শ্বেয়াৰ কৰা অনুসৰি তেওঁ সুশান্তক নিজকে হত্যা নকৰিবলৈ কৈছিল (Smriti Irani breaks down talking about Sushant)।

উল্লেখ্য যে ২০২০ চনৰ জুন মাহত আত্মহত্যা কৰিছিল প্ৰয়াত অভিনেতাগৰাকীয়ে ৷ অৱশ্যে এয়া আত্মহত্যা আছিল নে হত্যা সেয়া বৰ্তমানলৈকে ৰহস্যৰ আৱৰ্তত ৷ অভিনেতাগৰাকীৰ মৃত্যুৰ পিচত অভিনেতাগৰাকীৰ নামত বহু বিতৰ্কও হৈছিল ৷ মুঠৰ ওপৰত অভিনেতাগৰাকীৰ মৃত্যুত সমগ্ৰ দেশবাসীয়ে শোক প্ৰকাশ কৰিছিল (Late actor Sushant Singh Rajput) ৷ মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল মাত্ৰ ৩৪ বছৰ (Sushant Singh Rajput) ।

শেহতীয়াকৈ প্ৰয়াত অভিনেতাগৰাকীক স্মৰণ কৰি সাক্ষাৎকাৰত উচপি উঠিল স্মৃতি ইৰাণী । অভিনেতাগৰাকীৰ মৃত্যুৰ কথা কওঁতে স্মৃতি ইৰাণীয়ে কয় যে এই খবৰ লাভ কৰাৰ সময়ত তেওঁ ভিডিঅ’ কনফাৰেন্সৰ মাজত আছিল (Smriti Irani talks about Sushant suicide)।

স্মৃতি ইৰাণীয়ে সাক্ষাৎকাৰটোত কয় যে সুশান্তৰ মৃত্যুৰ দিনটোত যিটো সময়ত খবৰ লাভ কৰিছিল সেই সময়ত তেওঁ ভিডিঅ’ কলত আছিল । স্মৃতি ইৰাণীয়ে কয়, "সুশান্তৰ মৃত্যুৰ দিনা মই ভিচি (ভিডিঅ' কনফাৰেন্স)ত আছিলো । ভিডিঅ’ কনফাৰেন্সত বহুত মানুহ আছিল । কিন্তু মই নোৱাৰিলোঁ... ভাবিলোঁ সি মোক কিয় ফোন কৰা নাই । সি মোক ফোন কৰিব লাগিছিল । মই তাক কৈছিলো নিজকে কেতিয়াও নামাৰিবা । "

  • " class="align-text-top noRightClick twitterSection" data="">

স্মৃতি ইৰাণীয়েও উল্লেখ কৰে যে তেওঁ এই খবৰটো লাভ কৰি লগে লগে সুশান্ত সিং ৰাজপুতৰ কাই পো চেৰ সহ অভিনেতা অমিত সাধক ফোন কৰে । কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে কয়, "অমিত সাধৰ বাবে মই আতংকিত হৈ পৰিছিলো । মই তেওঁক ফোন কৰি সুধিলোঁ যে তেওঁ কি কৰি আছে । মই সচেতন আছিলো যে কিবা এটা ঠিক যেন লগা নাই ৷" লগতে অমিতে ক’লে "মুঝে নাহি ৰেহনা, কি কৰিলে এই মূৰ্খটোৱে" ৷ ইয়াৰ স্মৃতিয়ে আৰু অভিনেতাগৰাকীয়ে ছয় ঘন্টা কথা পাতিছিল (Smriti concerned about Amit Sadh) ।

লগতে পঢ়ক: মৃত্যুৰ তিনি সপ্তাহ পূৰ্বে সুশান্তৰ সৈতে কথা নপতাৰ দুখটোৱে আজিও কপাই তোলে অনুৰাগ কাশ্য়পক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.