ETV Bharat / entertainment

Katrina Kaif vicky kaushal photos:পুলত বিকীৰ সৈতে কেটৰিণাৰ নিবিড় মূহুৰ্ত, চাওক ফটো

author img

By

Published : May 7, 2022, 1:11 PM IST

সপ্তাহটো শেষ হ’বলৈ লওতেই অনুৰাগীসকলক এটা সুন্দৰ উপহাৰ দিলে কেটৰিণা কাইফে (Katrina vicky latest updates) ৷ বিকীৰে সৈতে পুলত নামি কৰা আনন্দৰ মূহুৰ্ত অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰি কেপছন লিখিলে,"মই আৰু মোৰ" ৷ কেটৰিণাৰ এই পোষ্টটো সামাজিক মাধ্যমত অনুৰাগীয়ে খুব পছন্দ কৰিছে ৷

Katrina Kaif
বিকীৰ সৈতে কেটৰিণাৰ নিবিড় মূহুৰ্ত

চিটাৰা ডেস্ক, 7 মে’: কেটৰিণা বিকীৰ পুলৰ আলোকচিত্ৰই দুয়োৰে অনুৰাগীৰ মাজত তীব্ৰ প্ৰশংসা লাভ কৰিছে ৷ সপ্তাহটো শেষ হোৱাৰ আৰম্ভণিতে অনুৰাগীসকলক এইটো এটা সাংঘাত্ক ভাল ট্ৰিট দিলে বুলি কয় অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে ৷ বিগত বৰ্ষৰ ডিচেম্বৰত বিয়া পতা বিকী কেটৰিণাই নিজ নিজ কৰ্মব্যস্ততাৰ বাবে একেলগে সময় অতিবাহিত কৰিবলৈ পোৱাই নাই ৷

Katrina Kaif
বিকীৰ সৈতে কেটৰিণাৰ নিবিড় মূহুৰ্ত

বিকী কেটৰিণাই একেলগে থকা সময়খিনিতেই পাৰ্যমানে সৰু সৰু সুখৰ মূহুৰ্তবোৰ উপভোগ কৰে ৷ শনিবাৰে পুৱাই নিজৰ ইনষ্টগ্ৰামত দুয়োৰে যুটীয়া ফটো এখন আপলোড কৰে কেটৰিণাই (Katrina latest insta post) ৷ ফটোখনত কেটৰিণাই বিকীক আলিংগন কৰি থকা দেখিবলৈ পোৱা গৈছে ৷ বগা ৰঙৰ এটা ম’ন’কিনী পৰিধান কৰা কেটৰিণাই স্বামীৰে সৈতে পাৰ কৰিছে নিবিড় মূহুৰ্ত (Katrina Kaif Vicky Kaushal photos) ৷

ইফালে, কৰ্মক্ষেত্ৰত কেটৰিণা টাইগাৰ 3 ৰ শ্বুটিঙত ব্যস্ত হৈ আছে ৷ লগতে শ্ৰীৰাম ৰাঘৱনৰ মেৰী খ্ৰীষ্টমাছ চলচ্চিত্ৰখনো কেটৰিণাৰ হাতত আছে, য'ত তেওঁ বিজয় সেতুপতিৰ সৈতে সহ-অভিনয় কৰিছে । ফাৰহান আখটাৰৰ ছবি জি লে জাৰাত প্ৰিয়ংকা চোপ্ৰা আৰু আলিয়া ভট্টৰ সৈতে দেখিবলৈ পোৱা যাব কেটৰিণাক (Katrina Kaif upcoming movies) ৷

লগতে পঢ়ক: সঁচাই এগৰাকী কুইনৰ ৰূপত দেখা গ’ল কংগনা ৰানাৱটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.