ETV Bharat / entertainment

Jawan Box Office Collection Day 29: বক্স অফিচত এই পৰ্যন্ত কিমান উপাৰ্জন কৰিলে শ্বাহৰুখ খানৰ জৱানে ?

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 5:13 PM IST

শ্বাহৰুখ খানৰ জৱান মুক্তিৰ 1 মাহ হ’ল ৷ এই পৰ্যন্ত ছবিখনে বক্স অফিচত কিমান উপাৰ্জন কৰিলে জানি লওক এই প্ৰতিবেদনত ৷

Jawan Box Office Collection Day 29: SRKs Film Struggles To Make 2cr
জৱান বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, 5 অক্টোবৰ: ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল ‘জৱান’ এ ৷ ছবিখন মুক্তিৰ এতিয়া এমাহ হ’ল। ছবিখনে এতিয়ালৈকে বহু অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ বিপৰীতে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিবলৈও সক্ষম হৈছে ৷ শেহতীয়াকৈ মুক্তি পোৱা ছানী দেউলৰ ‘গদৰ 2’ ছবিখনৰ বক্স অফিচৰ অভিলেখো ভংগ কৰিছে জৱানে ৷ অৱশ্যে বৰ্তমান কমি আহিছে বক্স অফিচত শ্বাহৰুখ খানৰ ছবিখনৰ উপাৰ্জন ৷ জানো আহক এই পৰ্যন্ত ছবিখনে কিমান উপাৰ্জন কৰিছে ৷

মুক্তিৰ ২৮ দিনত ‘জৱান’ৰ উপাৰ্জন যথেষ্ট কমিছে । Sacknilk ৰ প্ৰতিবেদন অনুসৰি ছবিখনে 1.86 কোটি টকাৰ ব্যৱসায় কৰিছিল । এতিয়া ছবিখনৰ 29 দিনৰ সংকলন পোহৰলৈ আহিছে, সেই অনুসৰি বৃহস্পতিবাৰে জৱানে 1.85 কোটি টকা উপাৰ্জন কৰিব পাৰে । ইয়াৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ হ’বগৈ 617.43 কোটি টকা ।

ইয়াত চাওক "জৱান"ৰ দিন ভিত্তিক সংকলন

1 দিন- 75 কোটি টকা

2 দিন- 53.23 কোটি টকা

3 দিন- 77.83 কোটি টকা

4 দিন- 80.1 কোটি

5 দিন- 32.92 কোটি টকা

6 দিন- 26 কোটি

7 দিন- 23.2 কোটি টকা

8 দিন- 21.6 কোটি টকা

9 দিন- 19.1 কোটি টকা

10 দিন- 31.8 কোটি টকা

11 দিন- 36.85 কোটি টকা

12 দিন- 16.25 কোটি টকা

13 দিন- 14.4 কোটি টকা

14 দিন- 9.6 কোটি টকা

15 দিন- 8.1 কোটি টকা

16 দিন- 7.6 কোটি টকা

17 দিন- 12.25 কোটি টকা

18 দিন- 14.95 কোটি টকা

19 দিন- 5.4 কোটি টকা

20 দিন- 5.00 কোটি টকা

21 দিন- 4.85 কোটি টকা

22 দিন- 5.97 কোটি টকা

23 দিন- 5.05 কোটি টকা

24 দিন- 8.5 কোটি টকা

25 দিন- 9.37 কোটি টকা

26 দিন- 6.85 কোটি টকা

27 দিন- 2.23 কোটি টকা

28 দিন- 1.86 কোটি টকা

29 দিন- 1.85 কোটি টকা

মুঠ- 617.43 কোটি

জৱানে পৰাস্ত কৰিলে 'গদৰ ২'ক

উল্লেখ্য যে, বৃহস্পতিবাৰে জৱানে কম উপাৰ্জন কৰিলেও ২৯ দিনৰ সংগ্ৰহৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ ছবিখনে ‘গদৰ ২’ৰ অভিলেখ ভংগ কৰিছে । আচলতে ছানী দেউলৰ ব্লকবাষ্টাৰ ছবি ‘গদৰ ২’ মুক্তিৰ ২৯ দিনত মাত্ৰ ১.০৫ কোটি টকাহে উপাৰ্জন কৰিছিল । আনহাতে ‘জৱানে’ ১.৮৫ কোটি টকাৰ ব্যৱসায় কৰিব পাৰে ।

অহা ২২ ডিচেম্বৰত মুক্তি পাব ‘ডাংকি’

‘জৱান’ৰ পিচত এতিয়া শ্বাহৰুখ খানে তেওঁৰ পৰৱৰ্তী ছবি ‘ডাংকি’ৰ বাবে ব্যস্ত হৈ পৰিছে । চলিত বৰ্ষৰ ২২ ডিচেম্বৰত মুক্তি পাব ডাংকি, য’ত কিং খানৰ সৈতে তাপসী পান্নুকো দেখা যাব ।

লগতে পঢ়ক: Jawan Free Ticket Offer: জৱানৰ অনুৰাগীৰ বাবে সুখবৰ ! নিৰ্মাতাৰ ডাঙৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.