ETV Bharat / entertainment

Fukrey release date: 7 ছেপ্টেম্বেৰত মুক্তি লাভ কৰিব 'Fukrey 3'

author img

By

Published : Jan 24, 2023, 6:21 PM IST

ৰিতেশ সিধৱানী আৰু ফাৰহান আখটাৰৰ এক্সেল এণ্টাৰটেইনমেণ্টে Fukrey 3 ছবিখনৰ অফিচিয়েল পোষ্টাৰৰ লগতে টুইটাৰত "Fukrey 3"ৰ মুক্তিৰ তাৰিখ শ্বেয়াৰ কৰিছে ।

Fukrey 3
'Fukrey 3' ৰ মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, 24 জানুৱাৰী : হিট কমেডি ফ্ৰেঞ্চাইজি ফুক্ৰেৰ তৃতীয় অংশটো 7 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি দিয়া হ'ব, ছবিখনৰ নিৰ্মাতাসকলে মঙলবাৰে এই কথা ঘোষণা কৰে । ৰিতেশ সিধৱানী আৰু ফাৰহান আখটাৰৰ এক্সেল এণ্টাৰটেইনমেণ্টে ছবিখনৰ অফিচিয়েল পোষ্টাৰৰ সৈতে টুইটাৰত "ফুক্ৰে 3"ৰ মুক্তিৰ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে ।

"ইছবাৰ হোগা চমৎকাৰ, ষ্ট্ৰেইট ফ্ৰম যমনাপাৰ ! #Fukrey3 7 ছেপ্টেম্বৰ, 2023 তাৰিখে চিনেমাগৃহত উপস্থিত হ’ব," প্ৰযোজনা বেনাৰে এইদৰে পোষ্ট কৰিছে । বন্ধুসুলভ কমেডি চলচ্চিত্ৰ ফ্ৰেঞ্চাইজিখনে চাৰিজন বন্ধুৰ কাহিনী উপস্থাপন কৰে ৷ ছবিখনত পুলকিত সম্ৰাট, বৰুণ শৰ্মা, মনজ্যোত সিং, আলী ফজলে ক্ৰমান্বয়ে হানি, চুচা, লালি আৰু জাফৰৰ চৰিত্ৰত অভিনয় কৰিছে ৷ সহজে ধন উপাৰ্জন কৰিবলৈ তেওঁলোক একেলগে হৈছিল ।

ইয়াত ৰিছা চড্ডাক স্থানীয় গেংষ্টাৰ ভোলি পাঞ্জাৱন আৰু পংকজ ত্ৰিপাঠীক পণ্ডিতজীৰ ৰূপত দেখুওৱা হৈছে । মৃঘদীপ সিং লাম্বাই প্ৰথম দুটা অংশ - "ফুক্ৰে" (2013) আৰু "ফুক্ৰে ৰিটাৰ্ণছ" (2017) পৰিচালনা কৰাৰ পিছত পৰিচালক হিচাপে উভতি আহিছে ।

2013 চনত মুক্তি পাইছিল Fukrey ৷ ছবিখনে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছিল ৷ চাৰি বন্ধুৰ যুটিয়ে দৰ্শকক দিছিল হাঁহিৰ খোৰাক ৷ এই ছবিখনৰ ছেটতেই প্ৰথমবাৰৰ বাবে সংস্পৰ্শলৈ আহিছিল ৰিছা চড্ডা আৰু আলী ফজল ৷ সেই বন্ধুত্বই পিছলৈ প্ৰেমৰ ৰূপ লয় আৰু বিগত বছৰত তেওঁলোক দুয়ো বিবাহ পাশত আৱদ্ধ হয় ৷

Fukrey ৰ সফলতালৈ চাই নিৰ্মাতাই 2017 চনত লৈ আহে Fukrey Returns ৷ এই দ্বিতীয় খণ্ডয়ো দৰ্শকৰ পৰা লাভ কৰিলে বিপুল সঁহাৰি ৷ চলিত বছৰত শেষৰ ফালে অৰ্থাৎ ছেপ্টেম্বৰৰ 7 তাৰিখে মুক্তি পাব ইয়াৰ তৃতীয় খণ্ড ৷

লগতে পঢ়ক : Pathaan advance booking: আগতীয়া বুকিঙলৈ চাই KGF ৰ ৰেকৰ্ড ভঙাৰ দিশে Pathaan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.