ETV Bharat / entertainment

Cannes 2022 : বিচাৰকৰ আসনত বলীউড ডিভা দীপিকা পাডুকন

author img

By

Published : Apr 27, 2022, 1:51 PM IST

বলীউড ডিভা দীপিকা পাডুকনে ৭৫ তম কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ আসন শুৱনি কৰিব (75th Cannes Film Festival) । কান ২০২২ ৰ আন বিচাৰক সদস্যসকলৰ সৈতে থকা তেওঁৰ ফটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে ৷

( 75th Cannes Film Festival)
কান 2022

চিটাৰা ডেস্ক, 27 এপ্ৰিল : 75 সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰি বিচাৰকৰ আসন শুৱনি কৰিব বলীউডৰ শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনে (Deepika Padukone latest news) ৷ মঙলবাৰে নিশা কান চলচ্চিত্ৰ মহোৎসৱৰ জুৰী প্ৰেচিডেণ্ট আৰু জুৰী মেম্বাৰসকলৰ তালিকা প্ৰকাশ পায় ৷

( 75th Cannes Film Festival)
কান 2022

তেওঁলোকে এই বছৰৰ পালমে ডি'অৰ সন্মানৰ বিজয়ীসকলক বাছনি কৰিব ৷ ভাৰতৰ পৰা দীপিকা পাডুকন এই বিচাৰক সন্থাৰ মাজৰ এজন হ’ব ৷ ২০১৭ চনত কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত আত্মপ্ৰকাশ কৰিছিল দীপিকাই ৷

( 75th Cannes Film Festival)
কান 2022

দীপিকাই অস্কাৰ বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা আচ্ঘৰ ফাৰহাদী, জেফ নিকোলছ, ৰেবেকা হল, নুমী ৰিপাচ, জেচমিন ট্ৰিংকা, লাডজ লী আৰু জোয়াকিম ট্ৰিয়েৰকে ধৰি আন জুৰীৰ সদস্যসকলৰ সৈতে তেওঁৰ ফটো অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছিল । ফৰাচী অভিনেতা ভিনচেণ্ট লিণ্ডন এই জুৰীৰ অধ্যক্ষ হ'ব (75th Cannes Film Festival) ।

( 75th Cannes Film Festival)
কান 2022

কান চলচ্চিত্ৰ মহোৎসৱ ১৭ মে'ত আৰম্ভ হ'ব (Cannes 2022 update) ৷ ২৮ মে'ত বিচাৰকে এক বিশাল অনুষ্ঠানত এই বছৰৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিব ।

লগতে পঢ়ক: শিৱানী ফাৰহানৰ প্ৰেম কাহিনী: কোনে কাক প্ৰথমে দিছিল প্ৰেমৰ প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.