ETV Bharat / elections

বাতাবাৰী এম ই স্কুলত সপৰিয়ালে ভোট দিলে ইউ জি ব্ৰহ্মই - কোকৰাঝাৰ লোকসভা সমষ্টি

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম ৷

বাতাবাৰী এম ই স্কুলত সপৰিয়ালে ভোট দিলে ইউ জি ব্ৰহ্মই
author img

By

Published : Apr 23, 2019, 4:23 PM IST

কোকৰাঝাৰ, 23 এপ্ৰিলঃ 83নং বাতাবাৰী এম ই স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই ৷ নিজ পত্নী আৰু কন্যাৰ সৈতে একেলগে ভোটদান কৰে ব্ৰহ্মই ৷

বাতাবাৰী এম ই স্কুলত সপৰিয়ালে ভোট দিলে ইউ জি ব্ৰহ্মই

ভোটদান সাব্যস্ত কৰি ৫ লাখতকৈ অধিক ভোট লাভ কৰাৰ বিপৰীতে ডেৰ-দুই লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি উল্লেখ কৰে ব্ৰহ্মই ৷ ব্ৰহ্মৰ মতে দ্বিতীয় আৰু তৃতীয় স্থানত থাকিব পাৰে বি পি এফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়া ৷

Intro:নিজ পৰিয়াল সহিতে উৰ্খাও গৌড়া ব্ৰহ্মৰ ভোটাধিকাৰ সাব্যস্ত

Body:৮৩ নং বাতাবাৰী এম ই স্কুল ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে ব্ৰহ্মই

এইবেলি নিৰ্বাচনত মূঠ ৫ লাখতকৈ অধিক ভোট লাভ কৰাৰ বিপৰীতে ডেৰ-দুই লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ কথা স্বীকাৰ ব্ৰহ্মৰ৷

ব্ৰহ্মৰ মতে দ্বীতিয় আৰু তৃতীয় স্থানত থাকিব পাৰে বি পি এফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়া৷

এই আই ইউ ডি এফৰ সমান্তৰালকৈ নাথ-যোগী ছাত্ৰ সন্থাৰো সমৰ্থন থকাৰ কথা স্বীকাৰ ইউ পি পি এলৰ প্ৰাৰ্থী গৰাকীৰ৷
Conclusion:
মঙ্গলবাৰে ভোটদান সাব্যস্তৰ পিছত সংবাদ মাধ্যমৰ আগত এই কথা স্বীকাৰ ব্ৰহ্মৰ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.