ETV Bharat / elections

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু বৰপেটা জিলা প্ৰশাসন - ইটিভি ভাৰত

অহা 23 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শনিবাৰেই নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বৰপেটা জিলাৰ সংশ্লিষ্ট নিৰ্বাচনী বিষয়াসকল ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু বৰপেটা জিলা প্ৰশাসন
author img

By

Published : Apr 21, 2019, 5:51 PM IST

বৰপেটা, 21 এপ্ৰিলঃ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিত মুঠ তেৰগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ বৰপেটা লোকসভা সমষ্টিৰ দূৰ্গম অঞ্চলত স্থাপন কৰা ১৪০ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ আজিয়েই ৰাওনা হৈছে ভোটগ্ৰহনকাৰী বিষয়া কৰ্মচাৰীসকল ৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা নিৰ্বাচন নিয়ন্ত্ৰণ কক্ষৰ পৰা ভোটগ্ৰহণত নিয়োজিত ১৪০ টা দূৰ্গম অঞ্চললৈ আজিয়েই বিষয়া কৰ্মচাৰীসকল ৰাওনা হৈছে ৷

মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা সকলো দিশ সামৰি সাংবাদিক বাপকন দাসৰ এক প্ৰতিবেদন....

Slug:      A_BAR_21APR_801TO804_BARPETA_POLLING_STATION_WALK_TO_POLLING_PERSONAL_PTC+VIS+BITE+PHOTO_BAPKAN_DAS.                                                           বৰপেটাৰ ১৪০ দূৰ্গম  ভোটগ্ৰহন কেন্দ্ৰলৈ আজিয়েই ৰাওনা ভোটগ্ৰহনকাৰী বিষয়া-কৰ্মচাৰীৰ দল ৷
২৪ এপ্ৰিলতহে উভতিব এইসকল বিষয়া, কৰ্মচাৰী ৷৷
১০০ শতাংশ ভোটদানৰ আহ্বান ৷

বৰপেটা, ২১ এপ্ৰিলঃ  তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া বৰপেটা লোকসভা সমষ্টিত ২৩ এপ্ৰিলত হব ভোটগ্ৰহন ৷ বৰপেটা লোকসভা সমষ্টিত মুঠ তেৰগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ বৰপেটাত মুলতঃ অগপৰ কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক আৰু এআইইউডিএফৰ ড0 হাফিজ ৰফিকুল ইছলামৰ মাজতে হব মুল যুঁজ ৷ বৰপেটা লোকসভা সমষ্টিৰ মুঠ ভোটাৰ ১৬, ৭৬, ৮৫৪ গৰাকী ৷ ইয়াৰে ৮,৬৫, ৩০০ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা- ৮, ১১, ৫৫৪ গৰাকী ৷ বৰপেটা লোকসভা সমষ্টিৰ ১৩৫৪ টা ভেটগ্ৰহন কেন্দ্ৰত ভোটাধিকাৰ সাব়্যস্ত কৰিব ভোটাৰে ৷ বৰপেটা লোকসভা সমষ্টিৰ দূৰ্গম অঞ্চলত স্থাপন কৰা ১৪০ টা ভোটগ্ৰহন কেন্দ্ৰলৈ আজিয়েই ৰাওনা হৈছে ভোটগ্ৰহনকাৰী বিষয়া কৰ্মচাৰীসকল ৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা নিৰ্বাচন নিয়ন্ত্ৰন কক্ষৰ পৰা ভোটগ্ৰহনত নিয়োজিত ১৪০ টা দূৰ্গম অঞ্চললৈ আজিয়েই বিষয়া কৰ্মচাৰীসকল ৰাওনা হৈছে ৷  ভোটগ্ৰহন কাৰ্যত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে দুদিন পূৰ্বেই এইদৰে কৰ্তব্যস্থানলৈ ৰাওনা হৈছে ৷ দূৰ্গম চৰাঞ্চলত স্থাপন কৰা একাংশ ভোটগ্ৰহন কেন্দ্ৰলৈ গোৱালপাৰা অথবা গুৱাহাটী হৈ ৰাওনা হব বিষয়া কৰ্মচাৰীৰ দল ৷ নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে একাংশ পথ গাড়ী-মটৰত, একাংশ নাওত, তাৰপিচত ঘোৰা বা ম'হৰ গাড়ী অথবা খোজকাঢ়ি ভোটগ্ৰহন কেন্দ্ৰত উপস্থিত হব ৷ ভোটগ্ৰহন কাৰ্যত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীয়ে এশ শতাংশ ভোটদান নিশিচিত কৰিবলৈ  ভোটাৰ ৰাইজক আহ্বান জনাইছে ৷ এই বিষয়াসকলে-  বহু কষ্ট কৰি ভোটগ্ৰহন কেন্দ্ৰত উপস্থিত হৈ ভোটগ্ৰহন কাৰ্যত জড়িত হব ৷ গতিকে ঘৰৰ নিচেই কাষতে স্থাপন কৰা ভোটকেন্দ্ৰলৈ গৈ ভোটাধিকাৰ সাব্যস্তৰ বাবে ভোটাৰক আহ্বান জনায় ৷ ভোটগ্ৰহনৰ কামত নিয়োজিত এইসকল বিষয়া কৰ্মচাৰী অহা ২৪ এপ্ৰিলতহে দায়িত্ব সামৰি বৰপেটালৈ উভতি আহিব ৷ 
বাইট: পোলিং বিষয়া
--- বাপকন দাস, বৰপেটা

ফুটেজ, বাইট, পিটিচি আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.