ETV Bharat / elections

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডৰ ভোটদান

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পাণ্ডু ১৩৫নং ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ত ভোটদান সাব্যস্ত কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে

author img

By

Published : Apr 23, 2019, 9:48 AM IST

নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডৰ ভোটদান

গুৱাহাটী,২৩ এপ্ৰিলঃ মঙলবাৰে ৰাজ্যখনৰ চাৰিটা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱাৰে পৰা । ভোট কেন্দ্ৰ সমূহত পুৱাৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰৰ লানি নিছিগা ভিৰ দেখা গ'ল।

নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডৰ ভোটদান

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পাণ্ডু ১৩৫নং ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে ।

Slug: A_GHY_23APR_801_JUNMONI VOTE_HIRUL HAQUE

আজি চাৰি সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰৰ লানি নিছিগা ভিৰ।

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পাণ্ডু ১৩৫নং ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়তো পুৱাৰে পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

এই ভোট কেন্দ্ৰটোত ভোটদান সাব্যস্ত কৰিবলৈ আহিছে নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.