ETV Bharat / elections

অখিল গগৈ পেছাদাৰী আন্দোলনকাৰীঃ ৰূপম গোস্বামী

মুখপাত্ৰ ৰূপম গোস্বামী আৰু সুভাষ দত্তই হেঙেৰাবাৰীৰ দলীয় কাৰ্যালয়ত সম্বোধন কৰে সংবাদমেল

author img

By

Published : Apr 18, 2019, 5:38 PM IST

বিজেপিৰ সংবাদ মেল

গুৱাহাটী, 18 এপ্ৰিলঃ হেঙেৰাবাৰীৰ দলীয় কাৰ্যালয়ত বিজেপিৰ সংবাদ মেল সম্বোধন কৰে মুখপাত্ৰ ৰূপম গোস্বামী আৰু সুভাষ দত্তই ৷ বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, "গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকাক কংগ্ৰেছে সন্মান কৰিব নাজানিলে ৷ ব্ৰিটিছৰ আদৰ্শৰে আজিও চলি আছে কংগ্ৰেছ দল৷ অখিল গগৈ এগৰাকী পেছাদাৰী আন্দোলনকাৰী, যি কংগ্ৰেছৰ হৈ কাম কৰি আহিছে৷"

বিজেপিৰ সংবাদ মেল

লগতে সংবাদমেলত মুখপাত্ৰ সুভাষ দত্তই কয় যে, "দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ 5 খন আসনতেই জয়ী হব বিজেপি৷ স্বচ্ছ, নিকা প্ৰশাসন, উন্নয়নৰ বাবেই বিজেপিক ভোট দিব দেশ তথা অসমৰ ৰাইজে৷"

A_GHY_18APR_801_TOW BJP leader_VIS_BYT_AKASH
 হেঙেৰাবাৰীৰ দলৰ কাৰ্যালয়ত বিজেপিৰ সংবাদ মেল
সংবাদ মেল সম্বোধন মুখপাত্ৰদ্বয় ৰূপম গোস্বামী আৰু সুভাষ দত্তৰ
'দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ 5 খন আসনতেই জয়ী হব বিজেপি'
'স্বচ্ছ, নিকা প্ৰশাসন, উন্নয়নৰ বাবে ই বিজেপিক ভোট দিব ৰাইজে'
'দেশ তথা অসমৰ ৰাইজে  
নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হোৱাটো বিছাৰিছে'
'গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকাক কংগ্ৰেছে সন্মান কৰিব নাজানিলে'
'ব্ৰিটিছৰ আদৰ্শৰে আজিও চলি আছে কংগ্ৰেছ দল'
'আমি ৰাম ৰাজ্যৰ দিশে আগবাঢ়িছো'
 অখিল গগৈ এগৰাকী পেছাদাৰী আন্দোলন কাৰী কংগ্ৰেছৰ হৈ কাম কৰি আহিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.