ETV Bharat / elections

ভোটগ্ৰহণৰ বাবে সাজু বিলাসীপাৰাৰ প্ৰশাসন

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু বিলাসীপাৰা মহকুমা প্ৰশাসন, নিৰ্বাচনী বিভাগ তথা প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল

author img

By

Published : Apr 22, 2019, 12:23 PM IST

ভোটগ্ৰহণৰ বাবে সাজু বিলাসীপাৰা

বিলাসীপাৰা,২২ এপ্ৰিলঃ মঙলবাৰে অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। বিলাসীপাৰা মহকুমাৰ দুটাকৈ বিলাসীপাৰা পূব আৰু পশ্চিম বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ পৰিচালিত হ'ব বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ পৰা।

ভোটগ্ৰহণৰ বাবে সাজু বিলাসীপাৰা

সোমবাৰে বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত পুৱাই আহি উপস্থিত হয় নিৰ্বাচনৰ দায়িত্বত থকা সকলো বিষয়া কৰ্মচাৰী । লগতে ভোটগ্ৰহণৰ বাবে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ সাজু হৈ উঠিছে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল।

Intro:A.I .ভোট গ্ৰহনৰ বাবে সাজু বিলাসীপাৰা মহকুমা প্ৰশাসন নিৰ্বাচনী বিভাগ তথা প্ৰিজাইডিং আৰু পলিং বিষয়া সকল।Body:তৃতীয় পৰ্যায়ৰ ভোট অনুসৰি কাইলৈ বিলাসীপাৰা মহকুমাৰ দুটাকৈ বিলাসীপাৰা পূৱ আৰু পশ্চিম বিধান সভা সমষ্টিৰ ভোট গ্ৰহন পৰিচালিত হব বিলাসীপাৰা মহকুমাধিপতি কাৰ্যলয়ৰ পৰা ।নিৰ্বাচনী দায়ত্বত থকা সকলো কৰ্মচাৰী ৰাতিপুৱাৰ পৰা আহি উপস্থিত হয় বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যলয়ত।Conclusion:ভোট গ্ৰহনৰ বাৱে নিজৰ নিজৰ ভোট গ্ৰহন কেন্দ্ৰলৈ যাবলৈ সাজু হৈ উঠিছে প্ৰিজাইদিং পলিং বিষয়া সকল।

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.