ETV Bharat / city

OIL ৰ দুই নিখোজ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 10, 2020, 11:15 AM IST

Updated : Jun 10, 2020, 12:27 PM IST

দ্ৰোণ কেমেৰাৰ সহায়ত মৃতদেহৰ সন্ধান লাভ
নিখোজ OIL ৰ দুই কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

10:57 June 10

দ্ৰোণ কেমেৰাৰ সহায়ত মৃতদেহৰ সন্ধান লাভ

নিখোজ OIL ৰ দুই কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া, 10 জুন : বাঘজান তৈল খাদত সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ফলত মৃত্যুক সাৱটি লোৱা দুই OIL ৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ OIL ৰ অগ্নিনিৰ্বাপক বাহিনীৰ মৃত কৰ্মচাৰী দুজন হৈছে দূৰ্লভ গগৈ আৰু টিখেশ্বৰ গোঁহাই ৷ বিস্ফোৰণৰ সময়ত কৰ্তব্যৰত আছিল কৰ্মচাৰী দুজন ৷  

এটা পুখৰীত উদ্ধাৰ হৈছে কৰ্মচাৰী দুজনৰ মৃতদেহ ৷ হঠাৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত আত্মৰক্ষাৰ বাবে পুখুৰীত জাঁপ দিছিল কৰ্মচাৰী দুজনে ৷ দ্ৰোণ কেমেৰাৰ সহায়ত সন্ধান লাভ কৰা হ'ল দুয়োজনৰে মৃতদেহ ৷  

প্ৰাক্তন ফুটবল খেলুৱৈ দুলৰ্ভ গগৈ নামৰূপ আৰু তিষেশ্বৰ গোঁহাই চাবুৱাৰ নিবাসী আছিল বুলি জানিব পৰা গৈছে ৷ 

আৰু পঢ়ক : বাঘজান তৈল খাদ অগ্নিকাণ্ডত নিখোজ দুই অইলৰ কৰ্মচাৰী

Last Updated : Jun 10, 2020, 12:27 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.