ETV Bharat / city

তিনিচুকীয়াৰ ডাঙৰী নৈত পৰি নিখোজ এটি শিশু

author img

By

Published : Jun 17, 2021, 7:08 PM IST

তিনিচুকীয়াৰ ডাঙৰী নৈত পৰি সন্ধানহীন হয় এটি শিশু ৷ শিশুটোৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই আৰক্ষী (POLICE) তথা এচ.ডি.আৰ.এফ(SDRF) বাহিনীয়ে ৷

A child missing in the Dangari river At Tinsukia District
তিনিচুকীয়াৰ ডাঙৰী নৈত পৰি নিখোজ এটি শিশু

তিনিচুকীয়া,17 জুন: তিনিচুকীয়াৰ ডাঙৰী নৈৰ গুইজান ঘাটত বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এটা অঘটন ৷ ডাঙৰী নৈত পৰি সন্ধানহীন হয় এটি শিশু ৷ সন্ধানহীন শিশুটোৰ নাম দেৱ মূঢ়া বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি কিশোৰটিয়ে এখন নাওৰ পৰা আন এখন নাৱলৈ যাবলৈ চেষ্টা কৰোতেই নৈ খনৰ বুকুত পৰে শিশুটো। ফলত নৈ খনৰ বুকুত সন্ধানহীন হয় শিশুটো ৷

উক্ত ঘটনাটো ততালিকে স্থানীয় ৰাইজে আৰক্ষী (POLICE) আৰু এচ.ডি.আৰ.এফ(SDRF) বাহিনীক অৱগত কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু এচ.ডি.আৰ.এফ (SDRF) ৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ উক্ত ঘটনাটোৰ বাবে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

লগতে পঢ়ক-অৱশেষত হাতীটো উদ্ধাৰ হ’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.