ETV Bharat / city

শোণিতপুৰত পিঞ্জৰাবদ্ধ বনৰজা - ওৰাং ৰাষ্টীয় উদ্যান

Wild Life Trust Of Indiaৰ সহযোগত ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰা হয় প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ ৷ বিগত কেইবাদিন ধৰি ঢেকিয়াজুলি আৰু ওডালগুৰিৰ সীমামূৰীয়া অঞ্চল গৰিয়াপথাৰত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বাঘটোৱে

অৱশেষত পিঞ্জৰাবদ্ধ হ’ল বনৰজা
author img

By

Published : Apr 2, 2019, 7:20 PM IST

তেজপুৰ, ২ এপ্ৰিলঃ ঢেকিয়াজুলি আৰু ওডালগুৰিৰ সীমামূৰীয়া অঞ্চল গৰিয়াপথাৰতবিগত কেইবাদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি অহা ঢেকিয়াপতীয়া বাঘটো অৱশেষত মঙলবাৰে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বন বিভাগে ৷ বনবিভাগ আৰু Wild Life Trust Of Indiaৰ সহযোগত ট্ৰেংকুলাইজকৰি পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বাঘটো ৷

শোণিতপুৰত পিঞ্জৰাবদ্ধ বনৰজা

ওৰাং ৰাষ্টীয় উদ্যানৰ পৰা ওলাই অহা এই প্ৰাপ্তবয়স্ক ঢেকিয়াপতীয়া বাঘটো দুটা ট্ৰেংকুলাইজাৰেৰে পাকে্ টাইগাৰ ৰিজাৰ্ভৰ ড৹ ৰিংকু গোহাঁইয়ে পিঞ্জৰাবদ্ধ কৰাবলৈ সক্ষম হয় ৷ ওৰাং ৰাষ্টীয় উদ্যানৰ বন প্ৰাধিকাৰী ৰমেশ্বৰ গগৈয়ে জনায় যে যিহেতু বাঘটো প্ৰাপ্তবয়স্ক আৰু গাঁওবাসীৰ শিল নিক্ষেপৰ ফলত কিছু আঘাতপাপ্ত হৈছে বুলি উল্লেখ কৰে ৷ ইপিনে বয়সৰ বাবে এটা চকুত চামনি পৰাত প্ৰয়োজনীয় চিকিৎসাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয় বাঘটোক ৷ আনহাতে বাঘটোৱে পুনৰ বন্যজন্তুৰ মুখামুখি হোৱাৰ ক্ষমতা হেৰুৱাইছে বুলি কয় গগৈয়ে ৷

শোনিতপুৰৰ সীমান্তত ওৰাং ৰাষ্টীয় উদ্যানৰ ঢেকিয়াপতীয়া বাঘ পিঞ্জৰাবদ্ধ ৷

তেজপুৰ: ২এপ্ৰিল : বিগত কেইবাদিনো ঢেকিয়াজুলি আৰু ওডালগুৰিৰ সীমামূৰীয়া অঞ্চল গৰিয়াপথাৰত  সন্ত্ৰাস সৃষ্টিকৰি অহা ঢেকিয়াপতীয়া বাঘটো আজি বনবিভাগ wild Life Trust Of India WTI ৰ সহযোগত ট্ৰেংকুলাইজাৰ কৰি পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ৷ ওৰাং ৰাষ্টীয় উদ্যানৰ পৰা ওলাই অহা এই প্ৰাপ্তবয়ষ্ক ঢেকিয়াপতীয়া বাঘটো দুটা ট্ৰেংকুলাইজাৰ  বেজীৰে WTI ৰ পাকে্ টাইগাৰ ৰিজাৰভৰ ড৹ ৰিংকু গোহাইয়ে পিঞ্জৰাবদ্ধ কৰাবলৈ সক্ষম হয় ৷ ওৰাং ৰাষ্টীয় উদ্যানৰ বন প্ৰাধিকাৰী ৰমেন গগৈয়ে জনায় যে যিহেতু বাঘটো প্ৰাপ্তবয়ষ্ক আৰু গাও বাসীৰ শিল নিক্ষেপৰ ফলত কিছু আঘাটপাপ্ত অবস্তাত আছে লগতে বয়সৰ বাবে এটা চকুত চামনি পৰাত প্ৰয়োজনীয় চিকিৎসাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে ৷আনহাতে বাঘটো পুনৰ বন্য জন্তৰ মুখামুখি হোৱাৰ সক্ষমতা হেৰুৱাইছে বুলি কয় গগৈয়ে ৷

Tranqulized at Goriapathar under Udalguri dist. Tranqulization conducted by Dr Rinku Gohain WTI. The female tiger is sent to Zoo.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.