ETV Bharat / city

মাতৃ প্ৰেম নাই ভানুৰঃ ৰাজেন বৰঠাকুৰ - বিজেপিৰ দলীয় সভা

তেজপুৰত বিজেপিৰ দলীয় সভা, তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ উপস্থিত সভাত

তেজপুৰত বিজেপিৰ দলীয় সভা, তেজপুৰৰ প্ৰাক্তন বিধায়ক উপস্থিত ৰাজেন বৰঠাকুৰে
author img

By

Published : Mar 24, 2019, 11:40 PM IST

তেজপুৰ, ২৪ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে ৰাজ্যৰ ৰাজনৈতিক মহলত চলিছে তৎপৰতা । কি দল,কি সংগঠন সকলো ব্যস্ত সভা-সমিতিলৈ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেওবাৰে তেজপুৰতো অনুষ্ঠিত হয় বিজেপিৰ এখন দলীয় সভা । সভাত উপস্থিত থাকে তেজপুৰৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ পাঠ্যপুথি প্ৰকাশন প্ৰণয়ন নিগমৰ অধক্ষ ৰাজেন বৰঠাকুৰ । ৰাজেন বৰঠাকুৰে সভাত কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক উভতিধৰি কয়, যদি ভানুৰ মাতৃ প্ৰেম থাকিলেহেতেন তেন্তে অন্ধ্ৰপ্ৰদেশ এৰি তেজপুত নিৰ্বাচন খেলিবলৈ নাহিল হেতেন । লগতে, ভানুৱে তেজপুৰ চহৰৰ আকৰ্ষণীয়চিত্ৰলেখা উদ্যানৰ নিৰ্মানকাৰ্যত বৃহৎ গাফিলতি কৰাৰো অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰে ।

তেজপুৰ; আক্ৰমণ আৰু প্ৰত্যাক্ৰমান ৰাজনৈতিক আৰম্ভণি তেজপুৰ লোক সভা সমষ্টিত ।বিজেপিৰ এখন দলীয় সভাত তেজপুৰৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ পাঠ্যপুথি প্ৰকাশন প্ৰণয়ন নিগমৰ অধক্ষ ৰাজেন বৰঠাকুৰে উভটি ধৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক । তেজপুৰ চহৰৰ আকৰ্ষিত চিত্ৰলেখা উদ্যান ৰ নিৰ্মান কৰা কথা এতিয়া ৰাজহুৱাকৈ নিৰ্বাচনী ইচ্ছু কৰাৰ ওপৰত এই মন্তব্য কৰিছে ৰাজেন বৰঠাকুৰে ।তেওঁ কয় যে যদি মাতৃ প্ৰেম থকা হলে নিজৰ ঠাইৰ পৰিবৰ্তে অন্ধ্ৰ প্ৰদেশ এৰি তেজপুত নিৰ্বাচন খেলিবলৈ নাহে ।

প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ
২৪/৩/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.