ETV Bharat / city

বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ

author img

By

Published : Aug 15, 2019, 11:12 PM IST

বনভোজ খাবলৈ ৰুদ্ৰপদলৈ গৈ ৰহস্যজনক মৃত্যুক সাৱতিলে বিতোপন দাস নামৰ এজন ছাত্ৰই

বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ

তেজপুৰ, ১৫ আগষ্ট: স্বাধীনতা দিৱসৰ দিনটোতে বনভোজ খাবলৈ গৈ তেজপুৰৰ এজন ছাত্ৰৰ সলিল সমাধি ৷ তিনি চাৰিজন বন্ধুৰ লগত বনভোজ খাবলৈ ৰুদ্ৰপদলৈ গৈছিল লালমাটি ২নং ৱাৰ্ডৰ নিৱাসী বিতোপন দাস ৷ কিন্তু ৰহস্যজনকভাৱে বিতোপন পানীত পৰাৰ লগে লগেই বন্ধু কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ অভিযোগ উঠিছে ।

One  drown in Brahmaputra at Tezpur
বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ
One  drown in Brahmaputra at Tezpur
বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ
One  drown in Brahmaputra at Tezpur
বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ

ঘটনাস্থলীৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত বিতোপনৰ চেণ্ডেল, মোবাইল আদি উদ্ধাৰ হোৱাৰ লগতে আন বন্ধু কেইজনৰ চেণ্ডেল, বাচন বৰ্তন আদি উদ্ধাৰ হৈছে। বিতোপন উটি যোৱাৰ দৃশ্য বনভোজ খাবলৈ যোৱা আন একাংশই প্ৰত্যক্ষ কৰি হুলস্থুল কৰে আৰু নদী আৰক্ষীক খবৰ দিয়ে। নদী আৰক্ষী আৰু এছ, ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও উদ্ধাৰ হোৱা নাই যুৱকজনৰ মৃতদেহ ৷

Intro:- সলিল সমাধি।
তেজপুৰ, ১৫ আগষ্ট: ষ্স্বাধীনতা দিৱসৰ দিনটোতে বনভোজ খাবলৈ গৈ তেজপুৰৰ এজন যুৱক ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কৰিছে। লালমাটি ২নং ৱাৰ্ডৰ নিৱাসী বিতোপন দাস নামৰ যুৱক জন আন তিনি/চাৰিজন বন্ধুৰ লগত বনভোজ খাবলৈ গৈছিল ৰুদ্ৰপদলৈ। কিন্ত ৰহস্যজনকভাৱে বিতোপন পানীত পৰাৰ লগে লগে লগত যোৱা বন্ধু কেইজনে ঘটনাস্হলীৰ পৰা পলায়ন কৰাৰ অভিযোগ উঠিছে। ঘটনাস্হলীৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত বিতোপনৰ চেণ্ডেল, মোবাইল আদি উদ্ধাৰ হোৱাৰ লগতে আন বন্ধু কেইজনৰ চেণ্ডেল, বাচন বৰ্তন আদি উদ্ধাৰ হৈছে। বিতোপন উটি যোৱা দৃশ্য বনভোজ খাবলৈ যোৱা আন একাংশই প্ৰত্যক্ষ কৰি হুলস্থূল কৰে আৰু নদী আৰক্ষীক খবৰ দিয়ে। নদী আৰক্ষী আৰু এছ, ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই।
Body:লালমাটি ২নং ৱাৰ্ডৰ নিৱাসী বিতোপন দাস নামৰ যুৱক জন আন তিনি/চাৰিজন বন্ধুৰ লগত বনভোজ খাবলৈ গৈছিল ৰুদ্ৰপদলৈ। কিন্ত ৰহস্যজনকভাৱে বিতোপন পানীত পৰাৰ লগে লগে লগত যোৱা বন্ধু কেইজনে ঘটনাস্হলীৰ পৰা পলায়ন কৰাৰ অভিযোগ উঠিছে। ঘটনাস্হলীৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত বিতোপনৰ চেণ্ডেল, মোবাইল আদি উদ্ধাৰ হোৱাৰ লগতে আন বন্ধু কেইজনৰ চেণ্ডেল, বাচন বৰ্তন আদি উদ্ধাৰ হৈছে। বিতোপন উটি যোৱা দৃশ্য বনভোজ খাবলৈ যোৱা আন একাংশই প্ৰত্যক্ষ কৰি হুলস্থূল কৰে আৰু নদী আৰক্ষীক খবৰ দিয়ে।
Conclusion:নদী আৰক্ষী আৰু এছ, ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৫/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.