ETV Bharat / city

ঢেকিয়াজুলিত চিকিৎসকৰ পৰিয়ালক আক্ৰমণ

author img

By

Published : Oct 9, 2019, 12:30 PM IST

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰিছে দুই দুৰ্বৃত্তই ৷ পূজা চাই ঘৰলৈ উভতি অহাৰ পথত চিকিৎসক ড: কমল জালৰ লগতে পত্নী ঝৰ্ণাকৰণ জাল, পিতৃ মহেন্দ্ৰ জাল আৰু মাতৃ সুজাতা জালক দশমীৰ নিশা আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে ৷

ঢেকিয়াজুলিত চিকিৎসকৰ পৰিয়ালক আক্ৰমণ

তেজপুৰ, ৯ অক্টোবৰ : শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰিছে দুই দুৰ্বৃত্তই ৷ পূজা চাই ঘৰলৈ উভতি অহাৰ পথত চিকিৎসক ড: কমল জালৰ লগতে পত্নী ঝৰ্ণাকৰণ জাল, পিতৃ মহেন্দ্ৰ জাল আৰু মাতৃ সুজাতা জালক দশমীৰ নিশা আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে ৷

ঢেকিয়াজুলিত চিকিৎসকৰ পৰিয়ালক আক্ৰমণ

দুৰ্বৃত্তৰ আক্ৰমণত চিকিৎসকগৰাকীৰ আঙুলি ভঙাৰ লগতে হাত, পিঠি আৰু মূৰত আঘাত পায় ৷ আনহাতে, চিকিৎসকগৰাকীৰ পত্নী আৰু পিতৃও এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ সকলোকে চিকিৎসালয়লৈ নিয়া হয় ৷ আনহাতে, দুৰ্বৃত্ত দুটা অমিত দেৱ নাথ আৰু আকাশ দেৱ নাথ বুলি চিনাক্ত কৰিছে চিকিৎসকৰ পৰিয়ালটোৱে ৷ ইতিমধ্যেই ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে চিকিৎসকগৰাকীয়ে ৷

Intro:শোনিতপুৰৰ ঢেকিংয়াজুলিত চিকিৎসকক আক্ৰমন

তেজপুৰ,৯ অক্টোবৰ: শোনিতপুৰ জিলাৰ ঢেকিয়াজুলিত পূজা চাই ঘৰলৈ ওভটাৰ পথত চিকিৎসক ডা° কমল জালৰ লগতে পৰিবাৰ ঝৰ্ণাকৰণ জাল,পিতৃ মহেন্দ্ৰ জাল আৰু মাতৃ সুজাতা জালক দশমীৰ নিশা আক্ৰমণ কৰে মদ্যপান কৰা দুই দুৰ্বৃত্তই ৷ Body:দুৰ্বৃত্তই আক্ৰমণ কৰি চিকিৎসকগৰাকীৰ আঙুলি ভাঙি দিয়াৰ লগতে হাতত,পিঠিত,মূৰত আঘাতপ্ৰাপ্ত কৰাৰ লগতে পত্নীক আৰু পিতৃক মাৰপিত কৰি আহত কৰে দুৰ্বৃত্তই ৷
পৰৱৰ্তী সময়ত সকলোকে চিকিৎসালয়লৈ অনা হয় আৰু ঢেকিয়াজুল্ আৰক্ষীত গোচৰ ৰুজো কৰে ৷

Conclusion:আনহাতে দুৰ্বৃত্ত দুটাক চিনাক্ত কৰিছে চিকিৎসক পৰিয়ালে ৷ এটাৰ নাম অমিত দেৱ নাথ আৰু আনটো দুৰ্বৃত্তৰ নাম আকাশ দেৱ নাথ৷ইতিমধ্যেই ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে চিকিৎসকগৰাকীয়ে ৷

Pranab kumar Das
Tezpur
9/9/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.