তেজপুৰ,২ জুন : ৰাজ্যত অব্যাহত থকা ‘চলো পাল্টাই’ৰ বিতৰ্কৰ বিৰুদ্ধে এইবাৰ সৰৱ হ’ল অসম সাহিত্য সভা ৷ সাহিত্য সভাই 'চলো পাল্টাই'ৰ দুষ্কৃতিকাৰীৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিবৰ বাবে অহা ৪ জুনত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ কৰিব ৷ ইতিমধ্যে, এই চলো পাল্টাইৰ বিৰুদ্ধে বিভিন্ন সংগঠনে গোচৰ ৰুজু কৰাৰ লগতে অসমৰ বাঙালী সমাজেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ দেওবাৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে "ইটিভি ভাৰত অসমক ", জনায় যে সাহিত্য সভা কোনো ভাষাৰ বিৰোধী নহয় ৷ কিন্তু এই ষড়যন্ত্ৰক যি কোনো মূল্যৰ বিনিময়ত ওফৰাই দিয়াৰ লগতে ইয়াৰ অন্তৰালত থকা ব্যক্তিৰ বিৰুদ্ধে "Suo moto" গোচৰ ল’বলৈ গৃহ বিভাগক অনুৰোধ কৰিব বুলিও প্ৰকাশ কৰে পৰমানন্দ ৰাজবংশীয়ে ৷ আনহাতে ৰাজ্যৰ মুখ্য সচিবৰ লগত ভাষা নীতিক প্ৰযোজ্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ কথাও উল্লেখ কৰে সাহিত্য সভাই ৷
‘চলো পাল্টাই’ৰ বিৰুদ্ধে মুখ্য সচিবৰ কাষ চাপিব সাহিত্য সভা - অসম সাহিত্য সভা
অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰে আৰম্ভ হোৱা চলো পাল্টাইৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ কৰিব অসম সাহিত্য সভাই ৷
তেজপুৰ,২ জুন : ৰাজ্যত অব্যাহত থকা ‘চলো পাল্টাই’ৰ বিতৰ্কৰ বিৰুদ্ধে এইবাৰ সৰৱ হ’ল অসম সাহিত্য সভা ৷ সাহিত্য সভাই 'চলো পাল্টাই'ৰ দুষ্কৃতিকাৰীৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিবৰ বাবে অহা ৪ জুনত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ কৰিব ৷ ইতিমধ্যে, এই চলো পাল্টাইৰ বিৰুদ্ধে বিভিন্ন সংগঠনে গোচৰ ৰুজু কৰাৰ লগতে অসমৰ বাঙালী সমাজেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ দেওবাৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে "ইটিভি ভাৰত অসমক ", জনায় যে সাহিত্য সভা কোনো ভাষাৰ বিৰোধী নহয় ৷ কিন্তু এই ষড়যন্ত্ৰক যি কোনো মূল্যৰ বিনিময়ত ওফৰাই দিয়াৰ লগতে ইয়াৰ অন্তৰালত থকা ব্যক্তিৰ বিৰুদ্ধে "Suo moto" গোচৰ ল’বলৈ গৃহ বিভাগক অনুৰোধ কৰিব বুলিও প্ৰকাশ কৰে পৰমানন্দ ৰাজবংশীয়ে ৷ আনহাতে ৰাজ্যৰ মুখ্য সচিবৰ লগত ভাষা নীতিক প্ৰযোজ্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ কথাও উল্লেখ কৰে সাহিত্য সভাই ৷
তেজপুৰ,২ জুন :অসম সাহিত্য সভাই 'চলো পাল্টাই'ৰ দুষ্কৃতিকাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবৰ বাবে অহা ৪ জুনত ৰাজ্যৰ মূখ্য সচিৱক সাখ্যাত কৰিব বুলি জানিব দিছে ৷
ইতিমধ্যে এই সমগ্ৰ বিষয়ৰ বিভিন্ন সংগঠনে গোচৰ ৰুজো কৰাৰ সময়তে অসমৰ বাঙালী সমাজে তীব্ৰ নিন্দা কৰাৰ লগতে 'চলো পাল্টাই-২০২১' শীৰ্ষক অভিযানৰ বিৰুদ্ধে গৰজি উঠে ৷
আজি সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে "ইটিভি ভাৰত অসমক ", জনায় যে সাহিত্য সভা কোনো ভাষাৰ বিৰোধী নহয় ৷কিন্ত এই ষড়যন্ত্ৰক যি কোনো মূল্যৰ বিনিময়ত ওফৰাই দিম ,আৰু লগতে ইয়াৰ অন্তৰালত থকা ব্যক্তিৰ বিৰোধে "So moto" গোছৰ লবলৈ গৃহ বিভাগক অনুৰুধ কৰিব ৷আনহাতে ৰাজ্যৰ মূখ্য সচিৱৰ লগত ভাষা নীতিক প্ৰযোজ্য কৰিবলৈ হেচা প্ৰয়োগ কৰিব বুলি জানিব দিয়ে ৷Body:Pranab kumar Das,Conclusion:Tezpur
2/6/19