ETV Bharat / city

শিৱসাগৰত জব্দ বৃহৎ পৰিমাণৰ অবৈধ খয়েৰ ভৰ্তি ট্ৰাক - খয়েৰ ভৰ্তি ট্ৰাক জব্দ

ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ মাজেৰে হাৰিয়ানা অভিমুখে লৈ গৈ থকা অৱস্থাতে জব্দ কৰা হয় খয়েৰ ভৰ্তি ট্ৰাক দুখন ৷ উপযুক্ত নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাত আৰক্ষীয়ে গাড়ীদুখনৰ চালকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

অবৈধ খয়েৰ সৰবৰাহকাৰী ট্ৰাক জব্দ
author img

By

Published : Apr 26, 2019, 2:45 PM IST

শিৱসাগৰ,26 এপ্ৰিল : শিৱসাগৰৰ গৌৰীসাগৰত জব্দ অবৈধ খয়েৰ কাঠভৰ্তি দুখন ট্ৰাক ৷ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ মাজেৰে হাৰিয়ানা অভিমুখে লৈ গৈ থকা অৱস্থাতে জব্দ কৰা হয় খয়েৰ ভৰ্তি ট্ৰাক দুখন ৷ গৌৰীসাগৰ আৰক্ষীয়ে অভিযান চলাই পুৱতি নিশা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে RJ 37 GB 5299আৰু RJ 23 GB 7786 নম্বৰৰ ট্ৰাক দুখন ৷ ইপিনে ট্ৰাকদুখনৰ চালকে কোনোধৰণৰ উপযুক্ত নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাত আৰক্ষীয়ে গাড়ীদুখনৰ চালক ক্ৰমে ৰাজেন্দ্ৰ বাচিনচাৰ আৰু ভাটচান্দসহ চাৰিজনক আটক কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷

শিৱসাগৰত অবৈধ খয়েৰ সৰবৰাহ কৰা ট্ৰাক জব্দ
Story-ELLIGAL_TRANSPORTING
Ananta Smith
Sivasagar
26th April

A_SVR_26TH_APR_803_ELLIGAL_TRANSPORTING_ANANTA

শিৱসাগৰৰ গৌৰীসাগৰত খয়াৰ কাঠভৰ্ত্তী দুখন ট্ৰাক জব্দ

ট্ৰাক দুখনত আছে কোটি টকা মূল্যৰ অবৈধ খয়াৰ কাঠ

দীৰ্ঘ দিনে শিৱসাগৰ জিলাৰ মাজৰে অবৈধ খয়াৰ কাঠ সৰৱৰাহ হৈ অহাৰ অভিযোগৰ মাজতে আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ অবৈধ কাঠ খিনি ৷

আৰক্ষী- বন বিভাগক মেনেজ কৰি দীৰ্ঘদিনে চলি আছে এই অবৈধ ব্যৱসায়

গৌৰীসাগৰ আৰক্ষী থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া জ্যোতিস্মান নেওগৰ নিৰ্দেশত সহ: উপ-পৰিদৰ্শক বিদ্যুৎ বিকাশ বৰুৱাৰ নেতৃত্বত আৰক্ষী জব্দ কৰে কাঠখিনি ৷

ডিব্ৰুগড়ৰপৰা হাৰিয়ানা অভিমুখী আছিল ট্ৰাক দুখন

গাড়ীদুখনৰ নম্বৰ  RJ 37 GB 5299 আৰু RJ 23 GB 7786

পুৱতি নিশা অভিযান চলাই আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা জব্দ কৰিছে।

আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান।  চালক-হেণ্ডিমেনে খয়াৰ কাঠ সৰবৰাহৰ টিপি, ই- ৱে, জিএছটিকে ধৰি কোনোধৰণৰ বৈধতাৰ নথি পত্ৰ প্ৰদৰ্শন কৰিব পৰা নাই ।

আৰক্ষীয়ে আটক কৰিছে গাড়ীৰ ড্ৰাইভাৰ ক্ৰমে ৰাজেন্দ্ৰ বাচিনচাৰ আৰু ভাটচান্দসহ চাৰিজনক ৷ নিজাববীয়া গোচৰ ৰুজু আৰক্ষীৰ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.