ETV Bharat / city

আৰক্ষীয়ে মুকলি কৰিলে শৃংখল চলিহাক: মাজুলীত ভংগ ১৪৪ ধাৰা

author img

By

Published : Dec 10, 2019, 11:16 PM IST

উল্লেখ্য যে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা বাতৰি সংগ্ৰহ কৰিবলে যাওঁতে আৰক্ষীয়ে প্ৰহাৰ কৰিছিল সাংবাদিকদ্বয়ক ৷ আনহাতে শৃংখল চলিহাৰ মুক্তিৰ দাবীত বীৰ লাচিত সেনাই বুধবাৰে শিৱসাগৰ বন্ধৰ ঘোষণা কৰিছিল যদিও সংগঠনটোৱে প্ৰত্যাহাৰ কৰে এই বন্ধ ৷

মুকলি কৰিলে শৃংখল চলিহাক
মুকলি কৰিলে শৃংখল চলিহাক

নিউজ ডেস্ক, 10 ডিচেম্বৰ: অৱশেষত আৰক্ষীয়ে মুকলি কৰিলে কেব বিৰোধী, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক । বিভিন্ন দল সংগঠন আৰু ১০ হাজাৰৰো অধিক লোকে শিৱসাগৰ থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাচত শৃংখল চলিহাক মুকলি কৰি দিয়ে শিৱসাগৰ আৰক্ষীয়ে । শিৱসাগৰৰ দুই সাংবাদিক শশাংক গগৈ আৰু আছিফ আলিক ক্ষমা খুজিলে আৰক্ষী বিষয়া বলীন দেউৰী আৰু জ্যোতি ৰঞ্জন নাথে । উল্লেখ্য যে, শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা বাতৰি সংগ্ৰহ কৰিবলে যাওঁতে আৰক্ষীয়ে প্ৰহাৰ কৰিছিল সাংবাদিকদ্বয়ক ৷ আনহাতে শৃংখল চলিহাৰ মুক্তিৰ দাবীত বীৰ লাচিত সেনাই বুধবাৰে শিৱসাগৰ বন্ধৰ ঘোষণা কৰিছিল যদিও সংগঠনটোৱে প্ৰত্যাহাৰ কৰে এই বন্ধ ৷

আৰক্ষীয়ে মুকলি কৰিলে শৃংখল চলিহাক

আনহাতে ১৪৪ ধাৰা ভাঙি মাজুলীৰ গঞাই জোৰ সমদলেৰে কপালে মুখ্যমন্ত্ৰী সমষ্টি । শ শ লোক ওলাই আহি কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত অব্যাহত আছে প্ৰতিবাদ ৷ মাজুলীৰ প্ৰতি চুবুৰীত চলিছে কেব বিৰোধী আন্দোলন ৷ মঙলবাৰে মাজুলীৰ বালি চাপৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী আৰু হিমন্তৰ পুত্তলিকা দাহ কৰে ।

ভংগ ১৪৪ ধাৰা

Intro:Body:Breaking Sivasagar :

# অৱশেষত কেব বিৰোধী নেতা বীৰ লাচিত সেনাৰ শৃংখল চলিহা মুক্ত হ'ল ।

# বিভিন্ন দল সংগঠন আৰু শিৱসাগৰবাসী ৰাইজৰ তীব্ৰ প্ৰতিবাদত বাধ্য হৈ শিৱসাগৰ আৰক্ষীয়ে শিৰনট কৰি মুক্তি দিলে শৃংখল চলিহাক ।

#১০ হেজাৰৰো অধিক লোকে শিৱসাগৰ থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত চলিহাক মুকলি কৰি দিলে শিৱসাগৰ আৰক্ষীয়ে ।

# শিৱসাগৰৰ দুই সাংবাদিক শশাংক গগৈ আৰু আছিফ আলিক ক্ষমা খুজিলে আৰক্ষী বিষয়া বলীন দেউৰী আৰু জ্যোতি ৰঞ্জন নাথে ।

# শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা বাতৰি সংগ্ৰহ কৰিবলে যাওঁতে আৰক্ষীয়ে দুই সাংবাদিকক প্ৰহাৰ কৰিছিল।

# শৃংখল চলিহাৰ মুক্তিৰ দাবীত বীৰ লাচিত সেনাই ঘোষণা কৰা বুধবাৰৰ শিৱসাগৰ বন্ধ প্ৰত্যাহাৰ ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.