ETV Bharat / city

হাতত ঝাড়ু লৈ ৰাজপথত শিৱসাগৰ আৰক্ষী - ASSAM POLICE

নগৰ পৰিষ্কাৰত নামি পৰিল আৰক্ষী অধীক্ষকসহ জোৱান-কৰ্মচাৰী ৷

হাতত ঝাড়ু লৈ ৰাজপথত শিৱসাগৰ আৰক্ষী
author img

By

Published : Mar 7, 2019, 4:34 PM IST

শিৱসাগৰ,৭মাৰ্চ: বুধবাৰে শিৱসাগৰত অন্ত পৰিল দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ । চাৰিদিনীয়া কাৰ্যসূচীৰে ৬২২ খন বিপণীৰ অংশগ্ৰহণেৰে অনুষ্ঠিতশিৱৰাত্ৰি মেলাখন অন্ত পৰাৰ পাচতেপৰিলক্ষিত হয়বৃহৎ পৰিমাণৰ জাৱৰৰ দ'ম ।

হাতত ঝাড়ু লৈ ৰাজপথত শিৱসাগৰ আৰক্ষী
বৃহস্পতিবাৰে পুৱা এই জাৱৰৰ দ'ম পৰিষ্কাৰৰ কৰাত ব্যস্ত হৈ পৰেশিৱসাগৰ আৰক্ষী ।

শিৱসাগৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত নগৰ পৰিষ্কাৰ কৰাৰ এই অভিযানত হাতত ঝাড়ু-জবকা লৈ অংশ ল'লে চি আৰ পি এফৰ জোৱানসকলেও । ইপিনে আৰক্ষীৰ দলটোৰ এই কাৰ্যসূচীত সন্তুষ্ট হৈ শলাগ ল'লে শিৱসাগৰীয়া ৰাইজে ।

*অন্য ৰূপত শিৱসাগৰ আৰক্ষী-হাতত ঝাড়ু লৈ ৰাজপথত আৰক্ষী অধীক্ষক-উচ্চ পদবীৰ আৰক্ষী বিষয়া*
Story-CLEAN_SIVASAGAR
Ananta smith
Sivasagar
7th March

A_SVR_07TH_MAR_801-803_CLEAN_SIVASAGAR_ANANTA

কালি অন্ত পৰিল দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ।নিশা বন্ধ হল চাৰিদীনিয়া শিৱৰাত্ৰীৰ মেলা।৬২২ খন বিপনীৰ মেলাখনৰ সকলো ব্যৱসায়ী পোহাৰ সামৰি উভটি যোৱাৰ পাছত এৰি গল বৃহৎ পৰিমাণৰ জাৱৰৰ দ'ম।এই সমূহ জাৱৰৰ দ'মৰ মাজত দেখা গল শিৱসাগৰ আৰক্ষীক।শিৱসাগৰ আৰক্ষীৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু আন আন আৰক্ষী বিষয়া।নগৰখন পৰিষ্কাৰ কৰিবৰ বাবে এই সকল বিষয়াই অসম আৰক্ষীৰ জোৱান-কৰ্মচাৰীক লৈ নামি পৰিল পৰিষ্কাৰ অভিযানত।হাতত ঝাড়ু-জবকা লৈ মেলাৰ জাৱৰ পৰিষ্কাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে।স্বয়ং আৰক্ষী অধীক্ষকৰ নেতৃত্বত নগৰ পৰিষ্কাৰ কৰাৰ এই অভিযানত এটা দিনৰ ভিতৰতে পৰিত্যক্ত মেলাস্থলী পৰিষ্কাৰ হৈ পৰাত সন্তুষ্ট হৈছে শিৱসাগৰীয়া ৰাইজ।ইয়াৰ বিপৰীতে কিন্তু স্বচ্ছ সৰ্বেক্ষণৰ মাপত উত্তৰ পূৱৰ সকলোতকৈ স্বচ্ছ নগৰ বুলি স্বীকৃতি লাভ কৰা শিৱসাগৰ পৌৰসভা শিৱৰাত্ৰীৰ পাছত নগৰ পৰিষ্কাৰ কৰাত দুখজনকভাৱে বিফল হৈছে।

Bite-উপ আৰক্ষী অধীক্ষক
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.