ETV Bharat / city

শিৱসাগৰত দুৰ্ঘটনা, চিনাক্ত হ'ল দুৰ্ঘটনাগ্ৰস্ত বাহন

author img

By

Published : Oct 28, 2019, 9:36 AM IST

Updated : Oct 28, 2019, 12:34 PM IST

শিৱসাগৰৰ দিখৌ নদীৰ গেমন দলঙত দুৰ্ঘটনাগ্ৰস্ত বাহনখন চিনাক্তকৰণ কৰা হৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখন ৰিতেশ সিং আৰু য়শ সিং নামৰ দুজন লোকৰ বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ দুই নায়ক

শিৱসাগৰ, 28 অক্টোবৰ : সোমবাৰে পুৱা শিৱসাগৰৰ নাতিদূৰৈৰ দিখৌ নদীৰ গেমন দলঙত এক ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা কৰি উদ্ধাৰ অভিযানত নামি পৰিছিল এছ ডি আৰ এফ বাহিনী ৷ তেনে সময়তে ঘটনাস্থলীত উপস্থিত হ'ল ঘটনাৰ আচল নায়ক ৰিতেশ সিং আৰু য়শ সিং ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নিশা প্ৰায় 10.30 বজাত দুয়োজন লোকে ভটিয়াপাৰত আহাৰ গ্ৰহণ কৰি আহি ঘূৰি আহোতে গেমন দলঙৰ ওপৰত এক দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাৰ ফলত সিঙৰ এ.এছ.০৪-জে ৫৩৩৪ নম্বৰৰ আই-20 গাড়ীখন বিধ্বস্ত হৈ পৰে যদিও কোনো ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে ৷

চিনাক্ত হ'ল শিৱসাগৰত দুৰ্ঘটনাগ্ৰস্ত বাহন

পৰৱৰ্তী সময়ত পৰিত্যক্ত অৱস্থাত গাড়ীখন আৰক্ষীয়ে উদ্ধাৰ কৰি শিৱসাগৰ সদৰ থানালৈ আনে । সিঙৰ ভাষ্য লাভ কৰাৰ পাচতে অন্ত পৰে এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান ৷

Intro:Body:শিৱসাগৰ নগৰৰ সমীপৰ কোঁৱৰপুৰৰ দিখৌ নদীৰ ওপৰত স্থিত দিখৌ দলং(গেমন দলং)ত দুৰ্ঘটনা হোৱাৰ সন্দেহ।পুঁৱতি নিশা দলংৰ ৰেলিং ভাঙি গাড়ী নদীত পৰাৰ সন্দেহ।জিলা প্ৰশাসনৰ লোক উপস্থিত।সমগ্ৰ অঞ্চলজুৰি চেঁপা উত্তেজনা।SDRF আৰু NDRF বাহিনী ঘটনাস্থলিলৈ ৰাওনা।সবিশেষ তথ্য অভিযানৰ পাছত নিশ্চিত হব।Conclusion:
Last Updated : Oct 28, 2019, 12:34 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.