ETV Bharat / city

ডি-ভোটাৰৰ নিৰ্বাচন ন্যায়সংগত নোহোৱাত শিলচৰত প্ৰতিবাদ

ডি-ভোটাৰৰ নামত বঙালী ভাষী লোকসকলক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে শিলচৰৰ কেইবাটাও সংগঠন সোমবাৰে উলিয়ালে প্ৰতিবাদী সমদল ৷

ETV BHARAT
author img

By

Published : May 20, 2019, 5:45 PM IST

  • ডি-ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ
  • শিলচৰৰ কেইবাটাও সংগঠন লগ হৈ সাব্যস্ত কৰে এই প্ৰতিবাদ
  • শিলচৰৰ ডি ভোটাৰ কেম্পৰ পৰা ৰাজপথেৰে পৰিক্ৰমা কৰি নৰসিং তলা ফিল্ডত জমায়ত প্ৰতিবাদ সংগঠনসমূহৰ
  • কোনো বিচাৰ নকৰাকৈয়ে ডিটেনশ্যন কেম্পত লোকসকলক প্ৰেৰণ কৰাৰ অভিযোগ
  • লগতে, ডি ভোটাৰৰ নাম এটা ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকক টাৰ্গেট বনোৱাৰো অভিযোগ প্ৰতিবাদকাৰীৰ
    ডি-ভোটাৰৰ নিৰ্বাচন ন্যায়সংগত নোহোৱাত শিলচৰত প্ৰতিবাদ সাব্যস্ত

News Silchar
শিলচৰৰ বিভিন্ন সংগঠনে ডি ভোটাৰৰ নামত চৰকাৰী হেনস্থাৰ প্ৰতিবাদত শিলচৰৰ ডি ভোটাৰ কেম্পৰ ওচৰতে মানৱ শৃংখল গড়ি তুলি প্ৰতিবাদ কৰে ।তাৰ পিছতে শিলচৰৰ বিভিন্ন ঠাইৰ পৰিক্ৰমা কৰি নৰসিং তলা ফিল্ডত জমায়ত হৈ প্ৰতিবাদ কৰে তেওঁ লোকে ।
তেওঁ লোকে চৰকাৰেৰ সমালোচনা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
Footage ftp 
Slug Silchar protest 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.