ETV Bharat / city

শিলচৰ ফেৰী সেৱাক লৈ ক্ষুব্ধ স্থানীয় ৰাইজ - ফেৰী সেৱাক লৈ ক্ষুব্ধ স্থানীয় ৰাইজ

শিলচৰ চহৰৰ গনিয়ালাঘাট আৰু অন্নপূৰ্ণাঘাট ফেৰী সেৱাক লৈ ক্ষুব্ধ স্থানীয় ৰাইজ ৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ প্ৰতি মাহত নতুনকৈ টেণ্ডাৰ কৰি ফেৰী সেৱা বন্ধ কৰি ৰাখে ৷ শ-শ ছাত্র ছাত্ৰী আৰু হাজাৰ হাজাৰ স্থানীয় লোক বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ জিলা উপায়ুক্ত লয়া মাধুৰী আৰু শিলচৰৰ সাংসদ ড° ৰাজদীপ ৰায়ক সাক্ষাৎ কৰি এই দাবী দাঙি ধৰিছে স্থানীয় ৰাইজে ৷

শিলচৰ ফেৰী সেৱাক লৈ ক্ষুব্ধ স্থানীয় ৰাইজ
author img

By

Published : Aug 28, 2019, 2:54 AM IST

শিলচৰ, 28 আগষ্টঃ শিলচৰ চহৰৰ গনিয়ালাঘাট আৰু অন্নপূৰ্ণাঘাট ফেৰী সেৱাক লৈ ক্ষুব্ধ স্থানীয় ৰাইজ ৷ অভিযোগ অনুসৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ প্ৰতি মাহত নতুনকৈ টেণ্ডাৰ কৰি ফেৰী সেৱা বন্ধ কৰি ৰাখে ৷ ফলত শ-শ ছাত্র ছাত্ৰী আৰু হাজাৰ হাজাৰ স্থানীয় লোক বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ আগৰ দৰে বছৰত এবাৰকৈ টেণ্ডাৰ কৰি অভিজ্ঞতাসম্পন্ন লোকক ঘাট চলোৱাৰ দায়িত্ব অৰ্পণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে ৷ জিলা উপায়ুক্ত লয়া মাধুৰী আৰু শিলচৰৰ সাংসদ ড° ৰাজদীপ ৰায়ক সাক্ষাৎ কৰি এই দাবী দাঙি ধৰিছে স্থানীয় ৰাইজে ৷

Intro:NEWS Silchar 27August. শিলচৰ চহৰৰ গনিয়ালাঘাট আৰ অন্নপূৰ্ণাঘাট ফেৰি সেবা লৈ বৰাক নৈৰ আন পাৰ বৃহত্তৰ দুধপাতিল অঞ্চলৰ ছাত্র ছাত্ৰী সকলৰ লগত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে। Body:NEWS Silchar 27August. শিলচৰ চহৰৰ গনিয়ালাঘাট আৰ অন্নপূৰ্ণাঘাট ফেৰি সেবা লৈ বৰাক নৈৰ আন পাৰ বৃহত্তৰ দুধপাতিল অঞ্চলৰ ছাত্র ছাত্ৰী সকলৰ লগত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে। তেওঁ লোকৰ অভিযোগ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ প্ৰতি মাহত নতুনকৈ টেণ্ডাৰ কৰি ফেৰি সেবা বৰাদ্ধ কৰি থাকে। ইয়াৰ ফলত সদায় নতুন নতুনকৈ নিয়ম প্ৰবৰ্তন হয় তাৰ ফলত শত শত ছাত্র ছাত্ৰী আৰ হাজাৰ হাজাৰ স্থানীয় লোকৰ নানা অসুবিধাৰ সন্মুখীন হব লগা হৈছে। তেওঁ আগৰ দৰে বছৰে এবাৰ কৈ টেণ্ডাৰ কৰি অভিজ্ঞতা থকা লোক সকলক ঘাট চলোৱাৰ দায়িত্ব অৰ্পণ কৰাৰ দাবী কৰিছে। একেই দাবী তেওঁ লোকে জিলা উপায়ুক্ত লয়া মাধুৰী আৰু শিলচৰৰ সাংসদ ড, ৰাজদীপ ৰায়ৰ লগত সাক্ষাৎ কৰি দাঙি ধৰিছে বুলি জনাইছে। --বাইটConclusion:NEWS Silchar 27August. শিলচৰ চহৰৰ গনিয়ালাঘাট আৰ অন্নপূৰ্ণাঘাট ফেৰি সেবা লৈ বৰাক নৈৰ আন পাৰ বৃহত্তৰ দুধপাতিল অঞ্চলৰ ছাত্র ছাত্ৰী সকলৰ লগত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে। তেওঁ লোকৰ অভিযোগ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ প্ৰতি মাহত নতুনকৈ টেণ্ডাৰ কৰি ফেৰি সেবা বৰাদ্ধ কৰি থাকে। ইয়াৰ ফলত সদায় নতুন নতুনকৈ নিয়ম প্ৰবৰ্তন হয় তাৰ ফলত শত শত ছাত্র ছাত্ৰী আৰ হাজাৰ হাজাৰ স্থানীয় লোকৰ নানা অসুবিধাৰ সন্মুখীন হব লগা হৈছে। তেওঁ আগৰ দৰে বছৰে এবাৰ কৈ টেণ্ডাৰ কৰি অভিজ্ঞতা থকা লোক সকলক ঘাট চলোৱাৰ দায়িত্ব অৰ্পণ কৰাৰ দাবী কৰিছে। একেই দাবী তেওঁ লোকে জিলা উপায়ুক্ত লয়া মাধুৰী আৰু শিলচৰৰ সাংসদ ড, ৰাজদীপ ৰায়ৰ লগত সাক্ষাৎ কৰি দাঙি ধৰিছে বুলি জনাইছে। --বাইট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.