ETV Bharat / city

ভয়ানক দিশত নলবাৰী জিলাৰ ক’ভিড পৰিস্থিতি

author img

By

Published : May 12, 2021, 10:58 PM IST

নলবাৰীত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ ভয়াৱহ দিশে গতি কৰিছে নলবাৰীৰ ক’ভিড পৰিস্থিতি ৷

ভয়ানক দিশত নলবাৰী জিলাৰ ক’ভিড পৰিস্থিতি
ভয়ানক দিশত নলবাৰী জিলাৰ ক’ভিড পৰিস্থিতি

নলবাৰী, 12 মে' : ক’ভিডৰ দ্বিতীয় ঢৌ'ত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 2868 গৰাকীলৈ বৃদ্ধি পালে ৷ ইয়াৰে বুধবাৰৰ দিনটোত আক্ৰান্ত সংখ্যা হ’ল 174 গৰাকীকৈ ব্যক্তি । বৰ্তমানো জিলাখনত আক্ৰান্ত হৈ আছে 1959 গৰাকীকৈ লোক ৷ ইফালে হোম আইচলেচনত জিলাখনত আছে 1706 গৰাকী ব্যক্তি ।

নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 96 গৰাকী, বেলশৰ মডেল হাস্পতালত 36 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত আছে 42 আৰু মহাত্মা গান্ধী মডেল হাস্পতালত 15 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে । ইয়াৰ ওপৰিও জি এম চি এইচ, এম এম চি এইচ আৰু কালাপাহাৰত 64 গৰাকী উন্নত চিকিৎসাৰ বাব প্ৰেৰণ কৰাৰ কথা উল্লেখ জিলা স্বাস্থ্য বিভাগে উল্লেখ কৰিছে ৷

লগতে পঢ়ক : কৰ’ণা ৰোগীৰ মনোবল বঢ়াবলৈ চিকিৎসকৰ গীত পৰিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.