ETV Bharat / city

মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ চাদেন ভিজিত! - মন্ত্ৰী পীযুষ হাজৰিকা

মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ তাৎক্ষণিক পৰিদৰ্শন ৷ ধন লোৱাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন চিকিৎসক ৰাতুল দাসক

মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ তাৎক্ষণিক পৰিদৰ্শন
author img

By

Published : May 16, 2019, 6:00 PM IST

নলবাৰী, 16 মে': বৃহস্পতিবাৰে তাৎক্ষণিকভাৱে মুকালমুৱা চিকিৎসালয়ত উপস্থিত হয় অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৷ উল্লেখ্য যে, মুকালমুৱা চিকিৎসালয়ত কৰ্মৰত প্ৰসূতি চিকিৎসক ৰাতুল দাসৰ বিৰুদ্ধে ধনৰ বিনিময়ত চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল প্ৰসন্ন তালুকদাৰ নামৰ এজন লোকে ৷ প্ৰসন্ন তালুকদাৰ নামৰ লোক জনৰ পত্নীৰ প্ৰসৱৰ সময়ত চিকিৎসক ৰাতুল দাসে ধন বিচৰাৰ ঘটনা অৱগত কৰিছিল মন্ত্ৰীগৰাকীক । উক্ত ঘটনাৰ বুজ ল'বলৈ চিকিৎসালয়খনত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী গৰাকী আৰু ধন লোৱাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰে চিকিৎসক ৰাতুল দাসক ।

মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ তাৎক্ষণিক পৰিদৰ্শন

কেৱল সেয়াই নহয় চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ সময়তেই চিকিৎসালয়ত উপস্থিত নাথাকি কৰ্তব্যত গাফিলতি কৰা চিকিৎসক প্ৰকাশ দাসক শাস্তিমূলক বদলিৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ৷ প্ৰতিগৰাকী স্বাস্থ্য কৰ্মীকে নিয়াৰিকৈ কৰ্তব্য পালন কৰিবলৈ কঠোৰ সকীয়নী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৷ উল্লেখ্য যে, এই তাৎক্ষণিক পৰিদৰ্শনত মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত হৈছিল NRHM ৰ কাৰ্যবাহী সঞ্চালক অচ্যুত বৈশ্য আৰু বিধায়ক নাৰায়ণ ডেকাও ।

Slug=piyush hazarika.16May...
Story ftp

#ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ চাদেন ভিজিত#

#এজনক নিলম্বন#

V.O=মুকালমুৱা চিকিৎসালয়ত আজি তাৎক্ষণিক ভাৱে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ চাদেন ভিজিত। প্ৰসূতি চিকিৎসক ৰাতুল দাসে ধনৰ বিনিময়ত চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ এগৰাকী ভূক্তভোগীৰ।প্ৰশন্ন তালুকদাৰ নামৰ লোক জনৰ ঘৈনিয়েকৰ প্ৰসৱৰ সময়ত চিকিৎসক ৰাতুল দাসে 
ধন বিচৰা ঘটনা অৱগত কৰিছিল মন্ত্ৰীগৰাকীক। উক্ত ঘটনাৰ বুজ লবৰ বাবে  আজি চিকিৎসালয়খনত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী গৰাকী আৰু ধন লোৱাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰে চিকিৎসক ৰাতুল দাসক । নিৰ্দিষ্ট সময়ত চিকিৎসালয়ত উপস্থিত নাথাকি কৰ্তব্যত পাল মৰাৰ বাবে চিকিৎসক  প্ৰকাশ দাসক শাস্তিমূলক বদলি। প্ৰতিগৰাকী স্বাস্থ্য কৰ্মীকে কঠোৰ সকীয়নী নিয়াৰিকৈ কৰ্তব্য পালন কৰিবলৈ।আজি দিনৰ ভাগত তাৎক্ষণিক ভাবে চিকিৎসালয়খনত প্ৰবেশ কৰিছিল মন্ত্ৰী গৰাকীৰ লগতে 
NRHM ৰ কাৰ্যবাহী সঞ্চালক অচ্যুত বৈশ্য,বিধায়ক নাৰায়ণ ডেকা।
 
বাইট-মন্ত্ৰী,পিয়ুষ হাজৰিকা।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.