ETV Bharat / city

নগাঁৱত নতুনকৈ কৰ‘ণাত আক্ৰান্ত 6 গৰাকী

author img

By

Published : Apr 3, 2021, 10:42 PM IST

গাঁৱত পুনৰ কৰ‘ণাৰ আতংক । নগাঁৱত পুনৰ ৬ জন লোকৰ দেহত ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ।

nagaon new covid case
নগাঁৱত নতুনকৈ কৰ‘ণাত আক্ৰান্ত 6 গৰাকী

নগাঁও, 3 এপ্ৰিল : নগাঁৱত পুনৰ কৰ‘ণাৰ আতংক । নগাঁৱত পুনৰ ৬ জন লোকৰ দেহত ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ।

আক্ৰান্ত সকলৰ ভিতৰত আছে মাৰোৱাৰীপট্টিৰ জি বিল্ডিঙৰ নন্দেশ্বৰ টিৱাৰী, পলী আনন্দ নগৰৰ দীপক চক্ৰৱৰ্তী, ইন্দ্ৰানী চক্ৰৱৰ্তী আৰু অজন্তা বৰকটকী । আন দুজন হৈছে শেনচোৱাৰ ডেকা গাঁৱৰ ৰুয়েল হুছেইন আৰু চামগুৰি ভৰাগুৰিৰ ৰাজীৱ নেপাল । ২০ টা দিনত জিলাখনৰ ২৩ জন লোকৰ দেহত ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ।

লগতে পঢ়ক : নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিপিএফ প্ৰাৰ্থীৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.