ETV Bharat / city

চামগুৰিত চোৰাং গৰু সৰবৰাহকাৰীসহ 22 টাকৈ গৰু জব্দ

নগাঁৱৰ চামগুৰিত আৰক্ষীৰ অভিযানত পাঁচটাকৈ চোৰাং গৰু সৰবৰাহকাৰী সহ জব্দ 22 টাকৈ গৰু ৷ সৰবৰাহকাৰী দলটোৱে চোৰাংভাৱে মেঘালয় অভিমুখে লৈ গৈছিল গৰু কেইটা ।

author img

By

Published : Sep 17, 2019, 8:52 AM IST

চামগুৰিত চোৰাং গৰু সৰবৰাহকাৰীসহ 22 টাকৈ গৰু জব্দ

নগাওঁ,17 চেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে গৰু সৰবৰাহৰ চোৰাং বেহা। কৰিমগঞ্জ আৰু ধুবুৰীত সঘনাই গৰু সৰবৰাহৰ ঘটনা সংঘটিত হৈ থকাৰ পিচতে নগাঁৱতো পোহৰলৈ আহিছে গৰু সৰবৰাহৰ ঘটনা ৷ চোৰাংভাৱে বহিঃৰাজ্যলৈ গৰু সৰবৰাহৰ কেন্দ্ৰস্থল হৈ পৰিছে নগাঁৱৰ চামগুৰি। চামগুৰিৰ কেইবাখনো ঠাইত গঢ় লৈ উঠিছে চোৰাং গৰুৰ বৃহৎ বজাৰ।

এই সন্দৰ্ভত নগাওঁ আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ আৰক্ষীৰ অভিযানত সোমবাৰে বিয়লি চামগুৰি আৰক্ষীৰ জালত পৰিল পাঁচটাকৈ চোৰাং গৰু সৰবৰাহকাৰী সহ 22 টাকৈ গৰু । সৰবৰাহকাৰী দলটোৱে চোৰাংভাৱে মেঘালয় অভিমুখে লৈ গৈছিল গৰু কেইটা । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মেঘালয়ৰ মিকি ধৰ,আৰবাজ ধৰ,ক্যানমৌ পাপ'ঙ আৰু চামগুৰিৰ মুকচিদুল ইছলাম আৰু মুক্তাৰ হুছেইনক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ গৰুৰ চোৰাং বেহা ৰোধ কৰাৰ বাবে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

Intro:ৰাজ্যত অব্যাহত গৰুৰ চোৰাং ব্যৱসায়Body:ৰাজ্যত অব্যাহত আছে গৰু সৰবৰাহৰ ৰমৰমীয়া চোৰাং বেহা।চোৰাং ভাবে বৰ্হিৰাজ্যলৈ গৰু সৰবৰাহৰ কেন্দ্ৰস্থল হৈ পৰিছে নগাঁৱৰ চামগুৰি।চামগুৰিৰ কেইবাখনো ঠাইত গঢ় লৈ উঠিছে চোৰাং গৰুৰ বৃহত বজাৰ। সোমবাৰে বিয়লি চামগুৰি আৰক্ষীৰ জালত পৰিল পাচটাকৈ চোৰাং গৰু সৰবৰাহকাৰী সহ 22 টাকৈ গৰু।চোৰাংভাবে গৰু কেইটা লৈ গৈছিল মেঘালয় অভিমুখে।আৰক্ষীয়ে আটক কৰিছে মেঘালয়ৰ মিকি ধৰ,আৰবাজ ধৰ,ক্যানমৌ পাপ'ঙ আৰু চামগুৰিৰ মুকচিদুল ইছলাম আৰু মুক্তাৰ হুছেইনক।আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে ধৃত লোককেইজনক ।
Bite:public.
________;;;;_;;_____________________
ৰকিবুল ওৱাহিদ, নগাওঁ
17-9-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.