ETV Bharat / city

ইতিহাসপ্ৰসিদ্ধ 'ফুলগুৰি ধেৱা'ৰ 158 তম স্মৃতি দিৱসৰ আয়োজন - 18, 19 আৰু 20 অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচী

নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ফুলগুৰি ধেৱা স্মৃতিৰক্ষা সমিতিৰ সহযোগত দেশৰ প্ৰথমটো কৃষক বিদ্ৰোহ হোৱা ইতিহাসপ্ৰসিদ্ধ ফুলগুৰি ধেৱাৰ স্মৃতি দিৱস আয়োজনৰ ব্যৱস্থা কৰিছে ৷ 18, 19 আৰু 20 অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব অনুষ্ঠানটো ৷

'ফুলগুৰি ধেৱা'ৰ 158 তম স্মৃতি দিৱস
author img

By

Published : Oct 11, 2019, 10:22 AM IST

নগাঁও, 11 অক্টোবৰ : নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত দেশৰ প্ৰথমটো কৃষক বিদ্ৰোহ হোৱা ইতিহাসপ্ৰসিদ্ধ ফুলগুৰি ধেৱাৰ স্মৃতি দিৱস আয়োজনৰ ব্যৱস্থা কৰিছে ৷ ফুলগুৰি ধেৱাৰ সংৰক্ষণৰ জৰিয়তে ঠাইখনৰ বিষয়ে নৱপ্ৰজন্মক জনোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে ফুলগুৰি ধেৱা স্মৃতি দিৱস ৷ সেই সূত্ৰে 18, 19 আৰু 20 অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব অনুষ্ঠানটো ৷

'ফুলগুৰি ধেৱা'ৰ 158 তম স্মৃতি দিৱস

নগাঁৱত এক সংবাদমেলৰ আয়োজন কৰি এই বিষয়ে অৱগত কৰে স্মৃতি দিৱস উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস আৰু মুখ্য উপদেষ্টা ব্ৰজেন কাকতিয়ে । স্মৃতি দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Intro:পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়া হব দেশৰ প্ৰথম কৃষক বিদ্ৰোহ হোৱা ফুলগুৰি ধেৱা। ফুলগুৰিত কৃষক বিদ্ৰোহৰ স্মৃতি দিৱসৰ আয়োজন।

Body:দেশৰ প্ৰথম কৃষক বিদ্ৰোহ হোৱা ইতিহাসপ্ৰসিদ্ধ ফুলগুৰি ধেৱাৰ স্মৃতি সংৰক্ষণ কৰি ঠাইখনৰ বিষয়ে নৱপ্ৰজন্মক জনোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিয়াৰ উদ্দেশ্যে আয়োজন কৰিছে ফুলগুৰি ধেৱা স্মৃতি দিৱস উদযাপনৰ। ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা স্মৃতি দিৱস অহা ১৮,১৯, আৰু ২০ অক্টোবৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে ভাৰতীয় কিষাণ সংঘৰ নগাওঁ জিলা সমিতিৰ উদ্যোগত আৰু ফুলগুৰি ধেৱা স্মৃতিৰক্ষা সমিতিৰ সহযোগত অনুষ্ঠিত হব। নগাঁৱত এক সংবাদ মেলৰ আয়োজন কৰি স্মৃতি দিৱসৰ বিষয়ে অৱগত কৰে স্মৃতি দিৱস উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, মুখ্য উপদেষ্টা ব্ৰজেন কাকতিয়ে। স্মৃতি দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
bite, ডিম্ববেশৰ দাস, ব্ৰজেন কাকতি, ৰূপক শৰ্মা
---------------------------------------- ---------
ৰকিবুল ওৱাহিদ, নগাওঁ
১১-১০-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.