ETV Bharat / city

পৰিশ্ৰম নকৰিলে পৰিৱৰ্তন নাহেঃ সৰ্বানন্দ সোণোৱাল

author img

By

Published : Sep 12, 2019, 11:06 PM IST

নগাঁৱত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য পৰিশ্ৰম নকৰিলে পৰিৱৰ্তন নাহে । সহজ উপায়েৰে অর্জন কৰাৰ সফলতাৰ স্থায়িত্ব নাই বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

পৰিশ্ৰম নকৰিলে পৰিৱৰ্তন নাহেঃ সৰ্বানন্দ সোণোৱাল

নগাওঁ, 12 চেপ্তেম্বৰঃ পৰিশ্ৰম নকৰিলে পৰিৱৰ্তন কেতিয়াও নাহে। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ছাত্ৰ ছাত্ৰীৰ জীৱনৰ এই মূল্যৱান সময়ৰ সৎ ব্যৱহাৰ কৰিলে সফল হোৱাটো সম্ভৱ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীৰ মন্তব্য Students life is the golden period of human life। সহজ আৰু চমু পথেৰে অর্জন কৰা ধন আৰু সফলতাই কেতিয়াও স্থায়িত্ব দিব নোৱাৰে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। কিন্তু কঠোৰ পৰিশ্ৰমেৰে লাভ কৰা সফলতাই নিজৰ লগতে ৰাষ্ট্ৰক সুখী কৰাৰ লগতে মানৱ সমাজত আদৰ্শ স্থাপন কৰে সোণোৱালে।

পৰিশ্ৰম নকৰিলে পৰিৱৰ্তন নাহেঃ সৰ্বানন্দ সোণোৱাল

ইপিনে মহাবিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মোদী মন্ত্ৰী সভাত স্থান লাভ কৰা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলিয়ে নিজৰ দপ্তৰৰ বিষয়ে জনালে ছাত্ৰ ছাত্ৰীক। বহুতেই হেনো নাজানে ৰামেশ্বৰ তেলীৰ দপ্তৰৰ কাম কি। আনকি দপ্তৰ লোৱাৰ পিছত তালিকা চাইহে নিজেও দপ্তৰ সন্দৰ্ভত জ্ঞাত হোৱা বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে ।

Intro:পৰিশ্ৰম নকৰিলে পৰিৱৰ্তন নাহে। নগাঁৱত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য। সহজ উপায়েৰে অর্জন কৰাৰ সফলতাৰ স্থায়িত্ব নাই। students life is the golden period of human life

Body:পৰিশ্ৰম নকৰিলে পৰিৱৰ্তন কেতিয়াও নাহে। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সমাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ছাত্ৰ ছাত্ৰীৰ জীৱনত সফলতা অৰ্জন কৰিবলৈ যিদৰে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন একেদৰে আমাৰো দায়িত্ব আছে। ছাত্ৰ ছাত্ৰীৰ জীৱনৰ এই মূল্যৱান সময়ৰ সৎ ব্যৱহাৰ কৰিলে সফল হোৱাটো সম্ভৱ। students life is the golden period of human life. নিজৰ ভাষণত মুখ্যমন্ত্ৰীৰ মন্তব্য। সহজ আৰু চমু পথেৰে অর্জন কৰা ধন আৰু সফলতাই কেতিয়াও স্থায়িত্ব দিব নোৱাৰে। কিন্তু কঠোৰ পৰিশ্ৰমেৰে লাভ কৰা সফলতাই নিজৰ লগতে ৰাষ্ট্ৰক সুখী কৰাৰ লগতে মানৱ সমাজত আদৰ্শ স্থাপন কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাপাহৰিলে পাহাৰ, ভৈয়াম, বৰাক, ব্রক্ষ্মপুত্ৰৰ কথা কবলৈ।
bite, ভাষণ
vo, ইপিনে মহাবিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মোদী মন্ত্ৰী সভাত স্থান লাভ কৰা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলিয়ে নিজৰ দপ্তৰৰ বিষয়ে জনালে ছাত্ৰ ছাত্ৰীক। বহুতেই হেনো নাজানে ৰামেশ্বৰ তেলীৰ দপ্তৰৰ কাম কি। আনকি দপ্তৰ লোৱাৰ পিছত তালিকা চাইহে নিজেও দপ্তৰ সন্দৰ্ভত জ্ঞাত হোৱা বুলিও উল্লেখ কৰে ভাষণত ।
bite, তেলীৰ ভাষণ।
-------------------------------------/-------------/
ৰকিবুল ওৱাহিদ, নগাওঁ
১২-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.