ETV Bharat / city

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ - ডিমা হাছাওৰ কঁপিলী জলবিদ্যুৎ প্ৰকল্প

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ ডিমা হাছাওৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপ ফাঁটি জলবিস্ফোৰণ হোৱাৰ পিচতেই নদীবান্ধৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰিছে সংগঠনটোৰ সদস্যসকল ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও কাৰ্যালয়
author img

By

Published : Oct 12, 2019, 12:35 PM IST

নগাঁও, 12 অক্টোবৰ : বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ ডিমা হাছাওৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপ ফাঁটি জলবিস্ফোৰণ হোৱাৰ পিচতেই নদীবান্ধৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰিছে সংগঠনটোৰ সদস্যসকল ৷ নামনি-সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ পাচতো চৰকাৰে নিৰৱে নিৰ্মাণ কাৰ্য চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হুংকাৰ

বিজেপিয়ে পূৰ্বে নদীবান্ধৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাচতে অসমবাসীৰ স্বাৰ্থক গুৰুত্ব নিদিয়া বুলি মন্তব্য কৰে সংগঠনটোৱে ৷ অসমবাসীৰ সুৰক্ষাৰ বাবেই নদীবান্ধৰ কাম বন্ধ নকৰিলে ভয়াবহ আন্দোলনৰো হুংকাৰ দিয়ে সংগঠনটোৱে ৷

Intro:চৰকাৰে চোৰৰ দৰে কৰি আছে বৃহৎ নদীবান্ধৰ কাম। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ভয়াৱহ আন্দোলনৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

Body:ডিমা হাছাওৰ কঁপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপ ফাটি হোৱা জলবিস্ফোৰণৰ পিছতেই নদীবান্ধৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ পিছতো চৰকাৰে চোৰৰ দৰে নিৰ্মাণ কাৰ্য্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নগাওঁ জিলা সমিতিয়ে। বিজেপি নেতাই পূৰ্বে নদীবান্ধৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দি এতিয়া অসমবাসীৰ স্বাৰ্থক নস্যাত কৰি অব্যাহত ৰাখিছে নদীবান্ধৰ নিৰ্মাণ। অসমবাসীৰ স্বাৰ্থত নদীবান্ধৰ কাম বন্ধ কৰিবলৈ দাবী জনায় সংগঠনটোৱে। অন্যথা ভয়াবহ আন্দোলনৰো হুংকাৰ প্ৰদান কৰে।
bite,
----------------------------------------------;;;;--
ৰকিবুল ওৱাহিদ, নগাওঁ
১২-১০-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.