ETV Bharat / city

গোলাঘাটৰ পৰা তিতাবৰলৈ টীম 'ৰত্নাকৰ'

আনহাতে,  যোৰহাটৰ তিতাবৰটো প্ৰচাৰৰ বাবে উপস্থিত হয় টীম ৰত্নাকৰ ৷  তিতাবৰ দেৱ কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত উপস্থিত হৈ দলটোৱে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰাইজক ৰত্নাকৰ ছবিখন চাবলৈ আহ্বান জনায় । লগতে প্ৰচাৰ অনুষ্ঠানত প্ৰতি গৰাকী শিল্পীয়ে ৰত্নাকৰ সংলাপ আৰু বহু কেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰে ।

author img

By

Published : Sep 27, 2019, 10:57 PM IST

গোলাঘাটৰ পৰা তিতাবৰলৈ টীম 'ৰত্নাকৰ'

গোলাঘাট, 27 চেপ্তেম্বৰঃ গোলাঘাটত ৰত্নাকৰৰ প্ৰচাৰ । গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত অসমীয়া বোলছবি ৰত্নাকৰৰ প্ৰচাৰ চলালে টীম ৰত্নাকৰে। যতীন বৰা, নিশিতা গোস্বামী, আচুৰ্য বৰপাত্ৰৰ লগতে প্ৰচাৰত উপস্থিত থাকে কণমানি শিল্পী হৰ্ষিতা ৷ চিনেমা খন মুক্তিৰ পূৰ্বে হৰ্ষিতাৰ বহুল প্ৰচাৰিত "এটা কথা কোৱানা" গীতটি পৰিৱেশন কৰে কণমানি শিল্পীগৰাকীয়ে । গোলাঘাটত প্ৰচাৰৰ মূহুৰ্তত যতীন বৰাই গোলাঘাটৰ সৈতে থকা আন্তৰিকতাৰ কথাও উল্লেখ কৰে । 1 ঘণ্টা 55 মিনিট দৈৰ্ঘৰ চিনেমা খন দৰ্শকে আদৰি ল'ব বুলি আশাবাদী টীম ৰত্নাকৰ ।

গোলাঘাটৰ পৰা তিতাবৰলৈ টীম 'ৰত্নাকৰ'

আনহাতে, যোৰহাটৰ তিতাবৰটো প্ৰচাৰৰ বাবে উপস্থিত হয় টীম ৰত্নাকৰ ৷ তিতাবৰ দেৱ কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত উপস্থিত হৈ দলটোৱে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰাইজক ৰত্নাকৰ ছবিখন চাবলৈ আহ্বান জনায় । লগতে প্ৰচাৰ অনুষ্ঠানত প্ৰতি গৰাকী শিল্পীয়ে ৰত্নাকৰ সংলাপ আৰু বহু কেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰে ।

গোলাঘাটৰ পৰা তিতাবৰলৈ টীম 'ৰত্নাকৰ'

তাৰোপৰি দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত চলোৱ প্ৰচাৰত ৰত্নাকৰ মুখ্য অভিনেতা যতীন বৰাই দেৰগাঁৱত শীঘ্ৰে ছবিগৃহ হ'ল নিৰ্মাণ হ'ব বুলি মন্তব্য কৰে ৷

Intro:Body:গোলাঘাটত ৰত্নাকৰৰ প্ৰচাৰ। গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত অসমীয়া বোলছবি ৰত্নাকৰৰ প্ৰচাৰ চলালে টীম ৰত্নাকৰে। যতীন বৰা, নিশিতা গোস্বামী, আচুৰ্য বৰপাত্ৰ, কণমানি শিল্পী হৰ্ষিতা আদিয়ে চলালে ব্যাপক প্ৰচাৰ। চিনেমা খন মুক্তিৰ পূৰ্বে হৰ্ষিতাৰ বহুল প্ৰচাৰিত"এটা কথা কোৱানা" গীতটি পৰিৱেশন কৰে কণমানি শিল্পী গৰাকীয়ে।গোলাঘাটত প্ৰচাৰৰ মূহুৰ্তত যতীন বৰাই গোলাঘাটৰ সৈতে থকা আন্তৰিকতাৰ কথাও উল্লেখ কৰে। প্ৰসংগত খ্যাতনামা বিশিষ্ট পৰিচালক প্ৰয়াত মুনীন বৰুৱাৰ নাম ল'লে যতীন বৰাই। ১ ঘণ্টা ৫৫ মিনিট দৈৰ্ঘ্যৰ চিনেমা খন দৰ্শকে আদৰি ল'ব বুলি আশাবাদী টিম ৰত্নাকৰ।Conclusion:Byte 1: যতীন বৰা।
Byte 2: হৰ্ষিতা, কণমানি শিল্পী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.