ETV Bharat / city

যোৰহাটত নিষিদ্ধ গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ এজন

author img

By

Published : Feb 13, 2020, 5:09 PM IST

যোৰহাট আৰক্ষীৰ সাফল্য। গোপন সূত্ৰৰ পম খেদি 8 কেজি 200 গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ এজন ৷

যোৰহাটত নিষিদ্ধ গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ এজন
যোৰহাটত নিষিদ্ধ গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ এজন

যোৰহাট, 13 ফেব্ৰুৱাৰীঃ যোৰহাটত নিষিদ্ধ গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ হ’ল এজন ব্যৱসায়ী ৷ দীৰ্ঘদিনৰ পৰা নিষিদ্ধ গাঞ্জা ব্যৱসায়ৰ লগত জড়িত আছিল লোকজন ৷ বৃহস্পতিবাৰে সন্ধিয়া যোৰহাটৰ চিনামৰা চাহ বাগিচাৰ পুৰণা লাইনৰ পৰা চিআৰপিএফৰ 119 বেটেলিয়ান আৰু যোৰহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ব্যৱসায়ীজনক ৷ গ্ৰেপ্তাৰ হোৱা জিতেন গুৱালাৰ পৰা 8 কেজি 200 গ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

লগতে চাওকঃ

আৰ্থিক সংকটত এগৰাকী খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.