ETV Bharat / city

9 বজাৰ শীৰ্ষ 10 টা বাতৰি - top ten news at 9

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-news-at-9
9 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jan 25, 2022, 8:55 AM IST

New SOP in Assam: অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব অফলাইন পাঠদান

সোমবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন এছ অ’ পি (New SOP in Assam)৷ জাৰি কৰিলে একাধিক নিৰ্দেশনা ৷

অবৈধভাৱে ব্যৱসায় চলোৱা হোটেল-ৰেষ্টুৰেন্টত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান

গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে সোমবাৰে বশিষ্ঠ মহানগৰী এলেকাত ফাষ্ট ফুড, হোটেল, চাহৰ দোকান, মিঠাইৰ কাৰখানা আৰু গুদামকে ধৰি ৩৫ খন ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলায় (GMC's operation in Restaurents of Guwahati) । পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ পৰা ২,৩৩, ০০০ টকা জৰিমণা আদায় কৰে ৷

অসমত কৰ্কট চিকিৎসাৰ অনবদ্য অৱদানৰ বাবে ৰতন টাটালৈ অসম বৈভৱ সন্মান

টাটা ট্ৰাষ্টে ৰাজ্যৰ কৰ্কট চিকিৎসাৰ বাবে আগবঢ়োৱা অৱদানৰ (Donation by TATA trust to cancer treatment in Assam) বাবে ৰাজ্য চৰকাৰে ৰতন এন টাটালৈ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সম্মান আগবঢ়াইছে (Highest state civilian award to Ratan Tata)।

Assam Police constable Recruitment : পুনৰ বিৰ্তকৰ মাজত অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়া

সম্প্ৰতি অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া (Assam Police constable Recruitment) লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ ৷ সোমবাৰে চাকৰিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত একাংশ যুৱকে ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে (Protest of police constable candidates at Dhubri) ৷

ৰাজ্যসভা নিৰ্বাচনত শশী-শ্বেৰমানৰ ভূমিকাই নিৰ্ণয় কৰিব কংগ্ৰেছৰ ভাগ্য

ৰাজ্যসভাত খালী হ’বলগীয়া আসনকলৈ চিন্তিত কংগ্ৰেছ (Tension in congress camp for Rajyasabha election) ৷ এখন আসনত জয়ী হ’বলৈ হ'লে ন্যূনতম ৪২ টা ভোট লাভ কৰিব লাগিব । বিৰোধী শিবিৰত আছে ৪৩ গৰাকী বিধায়ক । এজন প্ৰাৰ্থী জিকিবলৈ প্ৰয়োজন হোৱা ৪২ টা ভোটতকৈ এটা ভোট বেছিকৈহে থকাৰ পিছতো কিয় চিন্তিত হৈছে কংগ্ৰেছ ? জানো আহক সবিশেষ ৷

বিপিএফ-বিজেপিৰ মিত্ৰতাত কোনো খেদ নাই দেৱব্ৰত শইকীয়াৰ

হাগ্ৰামা মহিলাৰীক এজন সুবিধাবাদী নেতা আখ্যা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ‌(Debabrat Saikia criticizes on Hagrama Mahilary)। তেওঁ আৰু কয় যে, বি পি এফৰ লগত কংগ্ৰেছে মিত্ৰ হৈ থকা কাৰ্যৰ তেওঁ পূৰ্বৰে পৰাই বিৰোধিতা কৰি আহিছিল ।

গঁড় হত্যা ৰোধ কৰিবলৈ কাজিৰঙাত ব্যৱহাৰ হ’ব কমাণ্ডো বাহিনী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ ৰোধ কৰিবলৈ ব্যৱহাৰ হ’ব কমাণ্ডো বাহিনী ( Commando force to protect rhinos of Kaziranga) । ১৯ জানুৱাৰীৰ নিশা ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীয়ে গুলীবিদ্ধ কৰি খড়্গ লৈ গৈছিল এজনী মাইকী গঁড়ৰ ।

ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল

নিলম্বিত আৰক্ষী উপ মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে সোমবাৰে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে (Charge sheet filed against suspended DIG Raunak Ali Hazarika) ৷ গ্ৰেপ্তাৰৰ ১০৯ দিনৰ অন্তত অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰি বিশেষ তদাৰকী কোষে দাখিল কৰা অভিযোগনামাত ৰৌণক আলি হাজৰিকাৰ পত্নীৰ লগতে ফৰিদ আলিৰ নামো সন্নিৱিষ্ট হৈছে ৷

Assam Gaurav Award: তাঁ‌তশালত ধৰ্মগ্ৰন্থ বৈ সমাদৃত হোৱা হেমপ্ৰভা চুতীয়ালৈ অসম গৌৰৱ বঁ‌টা

অসম চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা অসামৰিক সন্মান অসম বৈভৱৰ উপৰিও পাঁচ গৰাকী লোকক দ্বিতীয় অসামৰিক সন্মান হিচাপে অসম সৌৰভ বঁটা আৰু ১৩ গৰাকী লোকক তৃতীয় অসামৰিক সন্মান হিচাপে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয় (Civilian awards of Assam)৷ অসম গৌৰৱ বঁটাৰে বিভূষিত হয় তাঁতশালত ধৰ্মগ্ৰন্থ বৈ ইতিপূৰ্বেই সমাদৃত হোৱা মৰাণৰ হেমপ্ৰভা চুতীয়া ৷

Encounter in Assam: অসমত এনকাউণ্টাৰৰাজ বন্ধ কৰাৰ দাবী ৰাইজৰ দলৰ

অসমত ভুৱা এনকাউণ্টাৰ চলি থকাৰ অভিযোগ তুলিলে ৰাইজৰ দলে (Encounter in Assam) ৷ এনকাউণ্টাৰৰাজ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে ৰাজনৈতিক দলটোৰ সভাপতি ভাস্কো দি শইকীয়াই ৷ আৰক্ষীৰ গুলীত আহত হোৱা নগাঁৱৰ কীৰ্তিকমল বৰাৰ বাসগৃহত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলটোৰ নেতৃত্বই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.