ETV Bharat / city

11 বজাৰ শীৰ্ষ দহটা বাতৰি - 11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top-ten-news-at-11-am
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Feb 15, 2022, 11:14 AM IST

১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণ কৰিব ৰাছিয়াই : ফেচবুক পোষ্টত ঘোষণা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ

১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত চলিব পাৰে ৰাছিয়াৰ আক্ৰমণ ৷ ফেচবুক পোষ্ট যোগে এই আসংকা ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে (Ukrainian President Volodymyr Zelensky on Russian invasion ) ৷

Maradonas stolen watch case : জামিনত মুকলি অভিযুক্ত ৱাজিদ হুছেইন

আদালতত প্ৰমাণ দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে । জামিনত মুকলি অভিযুক্ত ৱাজিদ হুছেইন (Maradonas stolen watch case)।

পহ্লাদ ব্ৰহ্ম অপৰাধী, ধৰ্মৰ অৱতাৰ মুখ্যমন্ত্ৰী হিমন্ত !

বিপিএফৰ পৰা সদ্য নিলম্বিত নেতা পহ্লাদ ব্ৰহ্মই দেশৰ সন্মানীয় ব্যক্তি সকলৰ বিষয়ে 'হিজৰা' বুলি কৰা মন্তব্যকলৈ ক্ষুব্ধ হৈছে ৰাজ্যিক বিজেপি (BPF leader Prahlad Brahma's controversial statement) ৷ জিলাই জিলাই এজাহাৰ দাখিল কৰিছে বিজেপিয়ে ৷ সবিশেষ জানো আহক ৷

FIR against Rahul Gandhi: ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ দাখিল

ৰাহুল গান্ধীৰ এটা টুইটক লৈ জাঙুৰ খাই উঠিছে বিজেপিৰ যুৱ মৰ্চা আৰু ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চা ৷ ৰাজ্যজুৰি বিজেপিৰ যুৱ আৰু মহিলা মৰ্চাই থানাই থানাই দাখিল কৰিলে এজাহাৰ । মানচিত্ৰৰ পৰা উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ যড়যন্ত্ৰৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে (FIR against Rahul Gandhi)।

উত্তৰাখণ্ড বিতৰ্ক : অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য কৰি দেশত সমালোচিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সোমবাৰে এই মন্তব্যক লৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছে গুৱাহাটীৰ দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে (Assam Pradesh Youth Congress protest against Himanta Biswa's controversial stamentment ) ।

Nagaon police encounter: আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে নগাঁও জিলাত অব্যাহত আছে আৰক্ষীৰ অভিযান । ইয়াৰ মাজতে নগাঁৱত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ (Police encounter in Nagaon)। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া চাজু ।

ডিব্ৰুগড় পৌৰসভা কিয় হোৱা নাই পৌৰ নিগমলৈ উন্নীত ?

শিলচৰ আৰু ডিব্ৰুগড় পৌৰসভা(Dibrugarh Municipality Board)ক পৌৰ নিগমলৈ উন্নীতকৰণ কৰাৰ কথা ৰাজ্য চৰকাৰৰ কেবিনেটত অনুমোদিত হৈছিল যদিও ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নীতকৰণৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে যাৱতীয় নথিপত্ৰ দিয়াৰ ক্ষেত্ৰত বিধি পথালি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । এই অভিযোগ নস্যাৎ কৰিছে বিধায়ক প্ৰশান্ত ফুকনে ৷

চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে খাদী চাৰ্ট, এড়ী চাদৰ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সৌজন্যত তথা অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ বিনামূলীয়া খাদী চাৰ্ট আৰু এড়ী চাদৰ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তা বিষয়াক ধমক উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ প্ৰেমচান্দ আগৰৱালৰ

উত্তৰাখণ্ডত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি ৷ নিৰাপত্তা বিষয়াৰ সৈতে তৰ্কত লিপ্ত হ’ল উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ প্ৰেমচান্দ আগৰৱাল (Uttarkhand Speaker gets into argument with security official ) ৷

Covid 19 Update in Assam : পূৰ্বতকৈ স্বাভাৱিক হৈছে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

ৰাজ্যত যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যত বিগত 24 ঘন্টাত আক্ৰান্ত হৈছে 198 গৰাকী ইয়াৰ বিপৰীতে মৃত্যু হৈছে 5 জনৰ(Covid active Cases in Assam) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.