ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP TEN AT 3 PM

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-at-3-pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jun 27, 2022, 2:52 PM IST

HS Exam result 2022: কলা শাখাৰ শীৰ্ষ দহটা স্থানত জিলিকিল এইসকল ছাত্ৰ-ছাত্ৰী

আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল(HS Exam result 2022) ৷ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত শীৰ্ষ দহটা স্থান লাভ কৰাসকল হ’ল ক্ৰমে....

HS Exam result 2022: বিজ্ঞান শাখাত শীৰ্ষস্থান লাভ কৰাসকল...

HS Exam result 2022: বাণিজ্য শাখাৰ শীৰ্ষ দহটা স্থানত জিলিকিল এইসকল ছাত্ৰ-ছাত্ৰী

আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল(HS Exam result 2022) ৷ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাত শীৰ্ষ দহটা স্থান লাভ কৰাসকল হ’ল ক্ৰমে....

উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ক্ৰমে ৮৩.৪৮, ৮৭.২৭, ৯২.১৯ শতাংশ

এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১,৫৬,১০৭ জন পৰীক্ষাৰ্থী । ইয়াৰে ভিতৰত ২৯,৪৮৭ জন শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ, ৫২,৯৪৪ জনে দ্বিতীয় বিভাগ আৰু ৪৭,৮৯৩ জনে তৃতীয় বিভাগত উত্তাৰ্ণ হয় । বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ১৫,১৯৯ জন শিক্ষাৰ্থীৰ ভিতৰত ৫,০১৮ জনে প্ৰথম বিভাগ, ৫,১৮১ জনে দ্বিতীয় আৰু ৩,০৬০ জন শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।

HS final result 2022: দৰঙত উজলিল বিকিৰণ-দিক্ষিতা

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ 10 ত স্থান নিশ্চিত কৰিবলৈ সক্ষম হ’ল দৰঙৰ দুই কৃতী শিক্ষাৰ্থী(HS final result 2022) ৷ ৪৭৫ নম্বৰেৰে কলা শাখাত দিক্ষিতা চহৰীয়াই অষ্টম স্থান আৰু বিজ্ঞান শাখাত বিকিৰণ নাথে নৱম স্থান দখল কৰিবলৈ সক্ষম হয় ৷

উপ-নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ বাবে ভোটাৰক শুভেচ্ছা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই ২৩ জুনত ৰাজ্যখনত অনুষ্ঠিত উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ বাবে ৰাজ্যৰ জনসাধাৰণক শুভেচ্ছা আৰু অভিনন্দন জনায় (Tripura CM Dr Manik Saha greetings to people) ।

MAHA political crisis : বিতৰ্কিত মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ

"মই যি কৈছিলোঁ সেয়া হৈছে, তেওঁলোকৰ আত্মা মৰি গৈছে । কেৱল তেওঁলোক জীয়াই আছে আৰু সেইটোৱে এটা সত্য । মোৰ ভাষণৰ ভুল ব্যাখ্যা কৰিছে ।" শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে নিজৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত স্পষ্ট কৰি দি (Shivsena leader Sanjay Raut clarified) কয় যে জীৱিত মৃতদেহ মাৰাঠীৰ এটা শব্দ ।

মানুষী চিল্লাৰৰ কেইটামান পাৱাৰফুল লুক

মানুষী চিল্লাৰে অক্ষয় কুমাৰৰ সৈতে সম্ৰাট পৃথ্বীৰাজ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে । যদিও মানুষী এগৰাকী অভিনেত্ৰী হিচাপে বলীউডত প্ৰতিষ্ঠা হ’বলৈ বাকী আছে, কিন্তু তেওঁৰ সৌন্দৰ্যই ইতিমধ্যেই সকলোৰে মন মুহিছে ৷ চাওক তাৰকা গৰাকীৰ কেইটামান পাৱাৰফুল লুক-

Clash over fishing in Kalgachia: মাছ মৰালৈ দুই পক্ষৰ মাজত সংঘৰ্ষ; 4জনৰ অৱস্থা সংকটজনক

কলগাছিয়াৰ ছিকাটাৰী পাথাৰ গাঁৱত মাছ মৰাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট(Clash over fishing in Kalgachia) । মাৰপিটত আহত 5 জনক ততাতায়াকৈ বৰপেটা অসামৰিক চিকিৎসালয় ভৰ্তি । কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.