ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - ETV bharat top news

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

ETV bharat top news
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Apr 26, 2022, 3:11 PM IST

আলফাৰ ঘাটিত আৰক্ষীৰ চোৰাংচোৱা ! চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

অসম আৰক্ষী আৰু ভাৰতীয় দখলদাৰী বাহিনীৰ গুপ্তচৰ আছিল বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ মুনীন্দ্ৰ শৰ্মাৰ পুত্ৰ সঞ্জীৱ শৰ্মা ৷ অসম আৰক্ষী আৰু ভাৰতীয় দখলদাৰী বাহিনীৰ হৈ সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা)ৰ বিৰুদ্ধে কাম কৰিছিল সঞ্জীৱে (Sanjiv Sarma was the spy of Assam Police and Indian Occupation Force) ৷ আলফা(স্বা) ৰ প্ৰচাৰ বিভাগৰ ফালৰ পৰা এই কথা স্পষ্ট কৰি দিয়া(Ulfa independent nabs Assam police spy in camp) হৈছে ৷

SI Exam Question Paper Viral : এজন যুৱকক আটক কামপুৰ আৰক্ষীৰ

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল(Assam police SI Exam Question Paper Viral) সন্দৰ্ভত এজনক আটক ৷ কামপুৰ আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক ৷ যুৱকজনে মালিগাঁৱৰ ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়ৰ পৰা এই আৰক্ষীৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰা বুলি আৰক্ষীৰ আগত সদৰি কৰে ৷

Jignesh Mevani latest news : বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানীক

মঙলবাৰে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ(Jignesh mevani present in Barpeta district judicial court) কৰোৱা হয় গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক ৷ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰৰ ভিত্তিত পুনৰবাৰ অসম পুলিচে আটক কৰিছিল দলিত নেতা গৰাকীক (Jignesh Mevani rearrested by Assam police) ৷

পেঙেৰীত বন্যহস্তীৰ উপদ্ৰৱ : ভাঙি লণ্ড-ভণ্ড বাসগৃহ

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত(Man Elephant Conflict in Assam) । প্ৰতিদিনেই বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ । তিনিচুকীয়াৰ পেঙেৰীতো বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ । শেহতীয়াকৈ এজন লোকক আঘাতপ্ৰাপ্ত কৰাৰ বিপৰীতে ভাঙি লণ্ড-ভণ্ড কৰিলে আন এজন লোকৰ বাসগৃহ ।

জিগনেশ মেৱানীক পুনৰ গ্ৰেপ্তাৰক লৈ কংগ্ৰেছ, কৃষক মুক্তিৰ ক্ষোভ প্ৰকাশ

সমাগত গুজৰাটৰ নিৰ্বাচন (Upcoming Gujarat election 2022) ৷ এই নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ মোডীৰ মূল প্ৰতিদ্বন্দ্বী দলিত নেতা জিগনেশ মেৱানী ৷ সেয়ে নিৰ্বাচনত হৰাৰ শংকাত এটাৰ পিছত আনটো গোচৰৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে দলিত নেতাগৰাকীক ৷ এই মন্তব্য জিগনেশ মেৱানীৰ আত্মীয়ৰ ৷

Massive Fire at BCPL : ডিব্ৰুগড়ৰ গ্ৰেছ ক্ৰেকাৰ

প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড

ডিব্ৰুগড়ৰ গ্ৰেছ ক্ৰেকাৰ প্ৰকল্পত অঘটন ৷ সোমবাৰে নিশা বিচিপিএলৰ এএডিপিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Fire at Gas cracker of Dibrugarh) । ফলত দাঁতিকাষৰীয়া গাঁৱসমূহত স্বাভাৱিকতে আতংকময় পৰিৱেশৰ সৃষ্টি হয় । আনকি প্ৰাণৰ মমতাত নিশাই বহু লোকে গাঁও এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰে ।

টেছলাৰ মুৰব্বী এলন মাস্কে ক্ৰয় কৰিব টুইটাৰ

টুইটাৰ কোম্পানীৰ বৃহৎ ঘোষণা । টেছলাৰ মুৰব্বী এলন মাস্কক ৪৪ বিলিয়ন আমেৰিকান ডলাৰত কোম্পানীটো বিক্ৰী কৰাৰ কথা নিশ্চিত কৰিছে টুইটাৰক (Twitter to sell the company to Tesla) । মাস্কে সদৰি কৰা মতে, তেওঁ টুইটাৰক পূৰ্বতকৈ উন্নত কৰিব বিচাৰে ।

ড্ৰাগছমুক্ত ত্ৰিপুৰা গঢ়িবলৈ সমাজ আৰু চৰকাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ : জিষ্ণু দেৱবৰ্মা

ত্ৰিপুৰা ৰাজ্যখনক ড্ৰাগছমুক্ত (Drugs free Tripura) কৰিবলৈ চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাই যুৱ সমাজক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ বিশেষ আহ্বান জনায় । ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰিবলৈ সমাজ আৰু ত্ৰিপুৰা চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি দেৱবৰ্মাই সদৰি কৰে ।

চন্দ্ৰপুৰত বন বিভাগৰ অভিযানত জব্দ বলেৰ’ পিক আপ ভান

অবৈধ বালি খনন তথা পলি(পলস) মাটি খননৰ বিৰুদ্ধে কঠোৰ বন বিভাগ । কিন্তু ভূ-মাফিয়াই চলাই গৈছে খনন কাৰ্য(Land mafia is carrying out excavations) । এইবাৰ নাৰেংগী খণ্ড বন বিষয়াৰ নেতৃত্বত চলা অভিযানত জব্দ পলি মাটি কঢ়িয়াই অনা বলেৰ' পিক আপ ভান(Forest department seized bolero pickup van) ।

Drugs seized in Nagaon : নগাঁৱত ড্ৰাগছসহ আটক স্বামী-স্ত্ৰী

স্বামী-স্ত্ৰীয়ে মিলি নগাঁৱত চলাইছে ড্ৰাগছৰ বেহা ৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(CRPF) আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ড্ৰাগছৰ সৈতে আটক এটা দম্পতী(One couple arrested with drugs in Nagaon) ৷ লগতে জব্দ দুচকীয়া বাহন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.