ETV Bharat / city

গৃহভূমি পালেহি শ্বহীদ সুনীল কলিতাৰ নশ্বৰদেহ

author img

By

Published : Jun 14, 2019, 11:16 PM IST

বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'লহি শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ,ঝাৰখণ্ডত মাওবাদীৰ বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈ শুকুৰবাৰে মৃত্যুমুখত পৰে চি আৰ পি এফ জোৱানজন

গৃহভূমি পালেহি শ্বহীদ সুনীল কলিতাৰ নশ্বৰদেহ

গুৱাহাটী,১৪জুন: শুকুৰবাৰে সন্ধিয়া বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ ৷ যোৱা ২৮ মেত ঝাৰখণ্ডত মাওবাদীৰ বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈ অবশেষত যোৱা কালি সন্ধিয়া 7.45 বজাত জীৱন যুঁজত হাৰ মানিলে চি আৰ পি এফ জোৱান অসমৰ বীৰ সন্তান সুনীল কলিতাই ৷ 2011 বৰ্ষত CRPFত যোগদান কৰি 2016 বৰ্ষৰ পৰা 209 নং কোব্ৰা ৰেজিমেণ্টৰ জোৱান হিচাপে কৰ্মৰত আছিল সুনিল কলিতা ৷ কোব্ৰা হিচাবে যোগদান কৰাৰ পূৰ্বে সুনীল কলিতাই ২০১২ৰ পৰা ২০১৫ চনলৈ শ্ৰীনগৰত কৰ্মৰত আছিল। উল্লেখ্য যে,যোৱা ১০ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল শ্বহীদ সুনীল কলিতা।

বিমান বন্দৰ চৌহদত শ্বহীদ গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী লগতে আৰক্ষী আৰু চি আৰ পি এফৰ বিষয়া সকলে। বিমান বান্দৰৰ পৰা পোনে-পোনে শ্বহীদ গৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় আমিনগাঁওস্থিত নাৰায়না চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ মৰ্গলৈ । শনিবাৰে ৰাতিপুৱাৰ ভাগত স্ব-গৃহলৈ লৈ যোৱা হ'ব শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ। স্ব-গৃহত সামৰিক মৰ্যদাৰে সম্পন্ন কৰা হ'ব বীৰ শ্বহীদ গৰাকীৰ অন্তেষ্টিক্ৰিয়া।

Slug:-As_kam_14june_swahid_sunil_kalita_airport_801-802_vis+bite+photo_as10020

স্বগৃহভুমি আহি পালে ঝাৰখণ্ডত মাওবাদীৰ বোমা বিস্ফোৰণত গুৰুত্বৰভাৱে আহত হৈ শ্বহীদ হোৱা সুনীল কলিতাৰ নশ্বৰদেহ ।

Vo..যোৱা ২৮ মেত ঝাৰখণ্ডত মাওবাদীৰ বোমা বিস্ফোৰণত গুৰুত্বৰভাৱে আহত হৈ অবশেষত যোৱা কালি জীৱন যুঁজত হাৰ মানি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ শ্বহীদ হোৱা আৰ পি এফ ৰ জোৱান  অসমৰ বীৰ সন্তান সুনীল কলিতাৰ নশ্বৰ দেহ আহি পালে বৰঝাৰ বিমান বন্দৰত ।২০১১বৰ্ষত CRPF ত যোগদান কৰি ২০১৬ ত ২০৯নং কোব্রা ৰেজিমেণ্টৰ জোৱান হিচাপে যোগদান কৰিছিল কোব্রা হিচাবে যোগদান কৰাৰ পূৰ্বে সুনীল কলিতাই ২০১২ ৰ পৰা ২০১৫ চনলৈ শ্ৰী নগৰত কৰ্মৰত আছিল ।উল্লেখে যে যোৱা ১০ এপ্ৰিলত বিবাহ বাহত আবদ্ধ হৈছিল শ্বহীদ গৰাকীয়ে ।
     বিমান বন্দৰ চৌহদত শ্বহীদ গৰাকীক শেষ শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰী ৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী,মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী লগতে আৰক্ষী আৰু CRPF ৰ বিষয়া সকলে।বিমান বান্দৰৰ পৰা পোনে পোনে শ্বহীদ গৰাকীৰ নশ্বৰ দেহ নিয়া হয় আমিনগাওঁ স্থিত নাৰায়না চুপাৰ স্পেচিলিটি হাস্পিতালৰ মৰ্গলৈ।অহা কালি ৰাতিপুৱা ভাগত স্ব গৃহলৈ লৈ যোৱা হব শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ ।স্ব গৃহ ভূমিত সামৰিক মৰ্যদাৰে অন্তষ্টি ক্ৰিয়া সম্পন্ন কৰা হব ।

Bite:-

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.