ETV Bharat / city

বিজেপিলৈ বঙালী যুৱ ফেডাৰেচনৰ সুকুমাৰ বিশ্বাস

সংবাদমেল অনুষ্ঠিত কৰি বঙালী যুৱ ফেডাৰেচনৰ পৰা অব্যাহতি লৈ শুকুৰবাৰে বিজেপিত যোগদানৰ কথা ঘোষণা সুকুমাৰ বিশ্বাসৰ

বিজেপিলৈ সুকুমাৰ বিশ্বাস
author img

By

Published : Apr 4, 2019, 3:26 PM IST

গুৱাহাটী,4এপ্ৰিলঃবৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ কথা ঘোষণা কৰে সুকুমাৰ বিশ্বাসে । সংবাদমেলত বিশ্বাসে বাঙালী সংগঠনৰ পৰা অব্যাহতি লৈ শুকুৰবাৰে গেৰুৱা বসন পিন্ধাৰ কথা উল্লেখ কৰে । ইপিনে সুকুমাৰ বিশ্বাসে ৰাজনৈতিক দলত যোগদান কৰাৰ পূৰ্বে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে সদৌ অসম বঙালী যুৱ ফেডাৰেচনৰ মুখ্য উপদেষ্টা পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে ৷ সঘনাই বঙালী সংগঠনৰ হৈ মাত মাতি অহা নেতাগৰাকীৰ এনে ঘোষণাৰ পাচতকেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ পায় সেইয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ'ব ৷

Intro:শুকুৰবাৰে বিজেপিত যোগ দিব সকুমাৰ বিশ্বাসে ।বৃহস্পতিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা সুকুমাৰ বিশ্বাসৰ ।সংবাদমেলত সুকুমাৰ বিশ্বাসে কয় যে ৰাজনৈতিক দলত যোগদান কৰাৰ পূৰ্বে সদৌ অসম বঙালী যুৱ ফেডাৰেচনৰ মুখ্য উপদেষ্টা পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে ।উল্লেখ্য যেসুকুমাৰ বিশ্বাসে পূৰ্বে কংগ্ৰেছ দলত যোগদান কৰি দলৰ কাম কাজত অতিষ্ঠ হৈ ওলাই আহিছিল বুলিও মন্তব্য কৰে সংবাদমেলত ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.