ETV Bharat / city

CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতি গাড়ীগাঁৱৰ চাবিহাৰ - CBSE ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

CBSE ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা ৷ মহানগৰীৰ গাড়ীগাঁৱৰ চাবিহা নিচাদৰ বিশেষ সাফল্য অৰ্জন ৷

Sabiha Shine in CBSE exam Result
Sabiha Shine in CBSE exam Result
author img

By

Published : Jul 15, 2020, 7:12 PM IST

গুৱাহাটী, 15 জুলাই: বুধবাৰে ঘোষণা কৰা হ’ল CBSE ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । সদ্য ঘোষিত CBSE ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ গাড়ীগাঁৱৰ চাবিহা নিচাদে । মুঠ 96 শতাংশ নম্বৰ অৰ্জনেৰে গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰীগৰাকীয়ে ।

CBSE ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতি গাড়ীগাঁৱৰ চাবিহাৰ

মালিগাঁওস্থিত চেন্ট মেৰিজ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল চাবিহা। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সহযোগিতাৰ বাবে এই সাফল্য বুটলিবলৈ সক্ষম হোৱা বুলি কয় ছাত্ৰীগৰাকীয়ে ।

চাবিহা নিচাদৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে গাড়ীগাঁওবাসী । মেডিকেল বিভাগত নামভৰ্তি কৰাৰ মন মেলিছে ছাত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.